মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু
মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত ঔজাৰি গাঁৱৰ চহা-কৃষক, ৰোৱনী-দাৱনীয়ে বৃহস্পতিবাৰে পৰম্পৰাগভাৱে পালন কৰে গৰু বিহু(Goru bihu celebrations in Morigaon) ৷ ঔজাৰিত চহা কৃষকে গো-ধনসমূহক মাহ-হালধি ঘঁহি, লাও-বেঙেনা খুৱাই, গা ধুৱাই উদযাপন কৰে গৰু বিহু ।
নগাঁৱতো উদযাপন গৰু বিহু
ন-বৰষুণত নৈৰ পানী বাঢ়িলে, টুপাই বুৰ মাৰিলে শিহু। চাওঁতে চাওঁতে আজি আহি পালে ব'হাগৰ বিহু । ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে ৰঙালী বিহু(Rangali Bihu celebrates in Assam) ৷ আজি গৰু বিহু ৷ সমগ্ৰ অসমৰ লগতে নগাঁৱতো প্ৰতিগৰাকী অসমীয়া বিশেষকৈ কৃষক সমাজে পালন কৰিছে গৰু বিহু (Goru Bihu celebrations at Nagaon) ।
মিমিক্ৰী শিল্পী হিমাংশু বৰ্মনৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ
ৰঙালী বিহুৰ বতৰত দৰ্শকক হহুৱাবলৈ সাজু হৈছে জনপ্ৰিয় মিমিক্ৰী শিল্পী হিমাংশু বৰ্মন । উজনিৰ পৰা নামনিলৈ বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰিব হিমাংশু বৰ্মনে । জনপ্ৰিয় মিমিক্ৰী শিল্পী হিমাংশু বৰ্মনৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ (interview with mimicri artist Himangsu)। হিমন্তৰ মিমিক্ৰী কৰি ইটিভি ভাৰতৰ সন্মুখত কি ক'লে হিমাংশু বৰ্মনে ?
বিহু বুলি বিহুগীত জুৰিলে বিধায়ক অতুল বৰাই
আজি গৰু বিহু (Goru bihu celebrations )। ঢোল-পেঁপাৰ মাতেৰে মুখৰিত হৈ পৰিছে প্ৰতিঘৰ অসমীয়াৰ পদূলি (Assamese bihu festival) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আৰম্ভ হৈছে গৰু বিহুৰ আনন্দ উল্লাস (Goru bihu celebrations in Guwahati) ৷
বন্দুক নহয় আৰক্ষী থানাত গৰজিলে ঢোলে
আমে মলিয়ালে, শালৰ গামোছাই মাৰিলে হাঁহি, গছে-বনে সলালে পাত । বিহুৰ বতৰা পাই গৰুছালেও লগালে মাত । আজিৰে পৰা আৰম্ভ ৰঙালী বিহু(Rangali Bihu begins today) আৰু আজি সাত বিহুৰ গৰু বিহু ।
আমি আমাৰ ভৰিৰ তলৰ মাটিখিনি খামুচি ধৰি ৰাখিব লাগিব : মুখ্যমন্ত্ৰী
বিহু তাৎপৰ্য যাতে অক্ষুণ্ণ থাকে তাৰ বাবে সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগিব । বিহু অসমীয়া জাতিৰ প্ৰাণ আৰু এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব । আমি আমাৰ ভৰিৰ তলৰ মাটিখিনি খামুচি ধৰি ৰাখিব লাগিব । আমি আমাৰ পৰিচয় ধৰি ৰাখিব লাগিব । গুৱাহাটী বিহু সন্মিলনীৰ বিহু আলোচনী উন্মোচন কৰি এই মন্তব্য মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM present at Guwahati Bihu Sanmilani)।
ব’হাগ বিহু, পুথাণ্ডু, ওড়িয়া নৱবৰ্ষ আৰু বৈশাখী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
সমগ্ৰ দেশৰ ভিন্ন ৰাজ্যত একেটা দিনতে উদযাপন কৰা হৈছে ব’হাগ বিহু, পুথাণ্ডু, ওড়িয়া নৱবৰ্ষ আৰু বৈশাখী (PM Modi greets the nation) । বিভিন্ন জাতিয়ে পালন কৰা এই বিশেষ উৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে শুভেচ্ছা জ্ঞাপন কৰে । মোডীয়ে অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ অসমীয়াতে শুভেচ্ছা জ্ঞাপন কৰি টুইট কৰে ৷
সন্ধিয়া মুখ্যমন্ত্ৰীৰ চোতালত হুঁচৰি : গৰু বিহুৰ দিনটোত কিদৰে ব্যস্ত সোণোৱাল-হিমন্ত
ৰাজ্যজুৰি গৰু বিহুকলৈ বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সেণোৱালো বিশেষ দিনটোত যথেষ্ট ব্যস্ত । পুৱাই ৰাজ্যপালক বিহুৰ ওলগ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM greets Governor on Rangali Bihu)।
বিহুৰ বতৰত ঢুলীয়া-নাচনিৰ ৰূপত বলীউড আৰু ক্ৰিকেটৰ তাৰকা
ৰং-তুলিকাৰে খেলি ভাল পোৱা বৰপেটাৰ এজন প্ৰতিভাৱান যুৱক ৷ যাৰ হাতত পৰশ পাই উঠিছে বলিউডৰ বাদশ্বাহৰ পৰা আদি কৰি বলিউডৰ মোহময়ী অভিনেত্ৰীসকলৰ লগতে ক্ৰিকেটাৰসকলো ৷ সবিশেষ জানিবলৈ পঢ়ক এই বাতৰি...
Ranbir Alia Wedding: ৰণবীৰ আলিয়াৰ মেহেন্দীত কাক দেখি চকু থৰ লাগিল সকলোৰে
ৰণবীৰ আলিয়াৰ বৈবাহিক অনুষ্ঠান সমূহৰ লগতে সেই অনুষ্ঠানলৈ সাজি কাচি যোৱা তাৰকাসকলেও দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে (Ranbir Alia Wedding) ৷ দৰাৰ মাকৰ পৰা আৰম্ভ কৰি ভগ্নীদ্বয় কৰীণা-কৰিশ্মা সকলোকে লৈ চৰ্চা চলিছে এতিয়া বলীউডত ৷