ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-3-pm
3 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : May 12, 2022, 3:06 PM IST

China plane accident : উৰা মাৰিবলৈ লওঁতেই দাউ দাউকৈ জ্বলি উঠিল যাত্ৰীভৰ্তি বিমান

চীনৰ দক্ষিণ-পশ্চিম চংকিং চহৰত তিব্বত এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে এই দুৰ্ঘটনা (Tibet Airlines Plane Catches Fire)। ৪০ গৰাকীৰো অধিক যাত্ৰী আঘাতপ্ৰাপ্ত দুৰ্ঘটনাটোত । দুৰ্ঘটনাটোৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ।

মাউণ্ট এভাৰেষ্ট আৰোহণ অসম সন্তান হেদায়েত আলীৰ

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিলে আন এজন অসমীয়াই(Assamese to climb Mount Everest) ৷ বৃহস্পতিবাৰে পুৱা ভাৰতীয় সময় মতে ৭.৩০ বজাত মাউণ্ট এভাৰেষ্টত আৰোহণ কৰে আমেৰিকা নিবাসী অসম সন্তান হেদায়েত আলীয়ে ৷

Sensational incident in Guwahati : গুৱাহাটীত বোৱাৰীৰ চাঞ্চল্যকৰ মৃত্যু

গুৱাহাটীৰ নুনমানটিস্থিত ইণ্ডিয়া কাৰ্বন ফেক্টৰীৰ আবাসত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ (Mysterious death case in Noonmati)। মহিলাগৰাকীক স্বামীয়ে যৌতুকৰ বাবে শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ । স্বামীৰ বিৰুদ্ধে মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালৰ গোচৰ । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Landslide disrupts train services in Dima Hasao : শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন

নেৰানেপেৰা বৰষুণৰ বাবে শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্ফলন (Landslide on Silchar Lumding Broadgauge Railway)। ফলত ওয়াড্ৰিংদিছা আৰু মাইবাঙৰ মাজত কেইবা ঘণ্টা ধৰি ৰেল' সেৱা বন্ধ ।

আলফা স্বাধীনত যোগদান কৰিলে নেকি ৰঙিয়াৰ ৰিংকু আলীয়ে ?

পুনৰ আলফা(স্বা)ত যোগদান এজন অসমীয়া যুৱকৰ (Youths from Assam joining ULFA I) ৷ ৰঙিয়াৰ এজন নিৰুদ্দিষ্ট যুৱকৰ আলফালৈ সাম্ভাব্য গমনৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যুৱকজনৰ নাম চিৰাজুল আলম ওৰফে ৰিংকু আলী ৷

চোৰাং কাঠসহ চামগুৰিৰ কঠালগুৰীত জব্দ দুখন মিনি ট্ৰাক

বুধবাৰে নিশা চামগুৰিৰ কঠালগুৰী মেজিগাঁৱত জব্দ দুখনকৈ মিনি ট্ৰাক (Smuggled wooden vehicles seized at Samaguri)৷

খেল' ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইমন গগৈৰ

খেল' ইণ্ডিয়াত জিলিকিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ । কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে ইমনে গগৈয়ে(Eamon Gogoi wins silver medal in Khelo India karate competition) । দেশৰ ১৯২ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছিল খেল' ইণ্ডিয়াত ।

বিশ্বনাথত সদৌ অসম সাংবাদিক সন্থাৰ ৫সাংবাদিকলৈ সাংবাদিকতা বঁটা

বিশ্বনাথত সদৌ অসম সাংবাদিক সন্থাৰ ৫ সাংবাদিকলৈ সাংবাদিকতা বটাঁ প্ৰদান অনুষ্ঠান (Journalism Awards To 5 Journalists)।

জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

এইবাৰ চোৰাং চিকাৰীয়ে জীৱিত অৱস্থাতে কাটি নিলে গঁড়ৰ খৰ্গ (Poachers cut off rhino horns) ৷ এই ঘটনা সংঘটিত হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 15 নং মাগুৰমাৰীত ৷ তথ্য অনুসৰি, ডাঃ বিজয় গগৈৰ নেতৃত্বত এটা চিকিৎসকৰ দলে গঁড়টো টেংকুলাইছ কৰি ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে ।

মেঘালয় আৰক্ষীৰ জালত চিট্টোৰগড়ৰ ৪ জনীয়া প্ৰৱঞ্চকৰ দল

ৰাজস্থানৰ চিট্টোৰগড় এতিয়া প্ৰৱঞ্চকৰ ঘাটি ৰূপে চিহ্নিত হৈছে । ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীৰ পাছত এইবাৰ মেঘালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াক টাৰ্গেট কৰিছে প্ৰৱঞ্চকৰ দলে । মেঘালয় আৰক্ষীয়ে অভিযান চলায় চিট্টোৰগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে ৪ জনীয়া প্ৰৱঞ্চকৰ দলক (Meghalaya police arrested thugs from Chittorgarh)। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.