গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিলে দেশৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান । আইন শৃংখলা ৰক্ষা, সন্ত্ৰাসবাদ নিৰ্মূল আদিকে কৰি বহু কেইটা দিশ পৰ্যালোচনা কৰি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা বিৰল সন্মান অধিকাৰী হ'ল অসম আৰক্ষী (President's Colour Award to Assam police)।
শীঘ্ৰেই সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব AFSPA : অমিত শ্বাহ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত অমিত শ্বাহ (Amit Shah in Guwahati)। মঙলবাৰে অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি AFSPA সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে শ্বাহে । তেওঁৰ মতে সমগ্ৰ অসম AFSPAৰ পৰা মুক্ত হ'ব ।
প্ৰথম বছৰৰ খতিয়ান: কিহত সফল, কিহত বিফল ড৹ শৰ্মাৰ চৰকাৰ
এটা বছৰ সম্পূৰ্ণ কৰিলে ডঃ হিমন্তবিশ্ব শৰ্মা চৰকাৰে । এই এটা বছৰে কিহত সফল আৰু কিহত বিফল আছিল ডঃ শৰ্মা চৰকাৰ ৷ চৰকাৰৰ প্ৰথম বৰ্ষপুৰ্তিত ই টিভি ভাৰতৰ এক বিশেষ পৰ্যালোচনা-
Santoor maestro Shiv Kumar Sharma: সন্তুৰ ওস্তাদ আৰু সুৰকাৰ শিৱ কুমাৰ শৰ্মাৰ ৮৪ বছৰ বয়সত মৃত্যু হয়
পদ্মবিভূষণ বঁটা প্ৰাপক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ মঙলবাৰে পুৱা মৃত্যু ঘটে ( Shiv Kumar Sharma death) । শৰ্মাৰ জন্ম ১৯৩৮ চনত জম্মুত হৈছিল ।
শীঘ্ৰেই সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব AFSPA : অমিত শ্বাহ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত অমিত শ্বাহ (Amit Shah in Guwahati)। মঙলবাৰে অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি AFSPA সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে শ্বাহে । তেওঁৰ মতে সমগ্ৰ অসম AFSPAৰ পৰা মুক্ত হ'ব ।
Uber Cup 2022 : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় শ্বাৰ্টলাৰ পি ভি সিন্ধু বাহিনীৰ
বেংককত অনুষ্ঠিত হৈছে বিডব্লিউএফ উবেৰ কাপ ২০২২ (BWF Uber Cup 2022)। এই প্ৰতিযোগিতাত জয় ধাৰা অব্যাহত ভাৰতৰ । আমেৰিকাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ ।
নলবাৰীত মহিলা কংগ্ৰেছৰ নেত্ৰী পাপৰি মালাকাৰৰ পদত্যাগ
বিগত প্ৰায় 20 বছৰে কংগ্ৰেছ দলক সেৱা আগবঢ়াই অহা নলবাৰীৰ মহিলা কংগ্ৰেছৰ সক্ৰিয় নেত্ৰী পাপৰি মালাকাৰৰ দল ত্যাগ(Papari Malakar Resigns from Congress) ৷
Pulitzer Prize 2022 : পুলিৎজাৰ বঁটা প্ৰাপকৰ তালিকাত ভাৰতীয়
২০২২ৰ পুলিৎজাৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে (Pulitzer Prize 2022)। ভাৰতৰ কেইবাগৰাকী সাংবাদিকে এই বঁটা লাভ কৰিছে ।
ডিমা হাছাওত চাৰি কংগ্ৰেছ সদস্যৰ পদত্যাগ : তৃণমূলত যোগদানৰ সম্ভাৱনা
ক্ৰমাৎ যেন অধিক পৰিমাণে ভেঁটি খহিবলৈ ধৰিছে বিৰোধী দল কংগ্ৰেছৰ ৷ উজনিৰ পৰা নামনিলৈ কংগ্ৰেছত উঠিছে পদত্যাগৰ ঢৌ ৷
11 মে’ৰ পৰা বন্ধ হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা
কাইলৈ অৰ্থাৎ 11 মে’ৰ পৰা বন্ধ কৰি দিয়া হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা (Flybig Flight withdrew from May 11, 2022) ।