ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি - Communal clashes in Jodhpur

3 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 3 PM
3 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : May 3, 2022, 2:59 PM IST

9 মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেইবাটাও কাৰ্যসূচীৰে 9 মে’ত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah to be visit Assam on 9th May) ৷

বিজেপিত মেয়ৰ কেন্দ্ৰিক সংঘাত, দল এৰিলে শশাংকই

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণাৰ লগে লগে বিজেপিত আৰম্ভ ক্ষোভৰ জুই ৷ মেয়ৰৰ পদ নাপাই ক্ষুব্ধ হৈ দল এৰিলে শশাংকজ্যোতি ডেকা(Sashanka jyoti Deka resign from BJP) ই ৷ ফণীন্দ্ৰনাথ শৰ্মাক ফোনেৰে জনালে দলত্যাগৰ কথা ৷

পুনৰ গুৱাহাটীৰ মেয়ৰ হ’ল মৃগেন শৰণীয়া

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম ঘোষণা(Names of GMC mayor and deputy mayor has announced) ৷ মেয়ৰ হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে বিজেপিয়ে ঘোষণা কৰে মৃগেন শৰণীয়াৰ নাম ৷ ডেপুটি মেয়ৰ হিচাপে বাছনি কৰা হৈছে স্মিতা ৰয়ক ৷

প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সষ্টম ৰাজ্য চৰকাৰ : যোগেন মহন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনাই হৈ আছে ধুমুহা আৰু ধাৰাসাৰ বৰষুণ । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষতিগ্ৰস্ত হৈছে বহু লোক ।

61st session of Bodo Sahitya Sabha : হালধীয়াত বিলীন বড়ো সাহিত্য সভাৰ অধিৱেশন থলী

হালধীয়াত বিলীন হৈ পৰিছে বড়ো সাহিত্য সভাৰ অধিৱেশন থলী ৷ পতাকা উত্তোলনেৰে আৰম্ভ হয় এই অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী ৷

COVID-19 cases in India : দেশত দৈনিক আক্ৰান্তৰ হাৰ ০.৬১ শতাংশলৈ হ্ৰাস

যোৱা ২৪ ঘণ্টাত দেশত ২,৫৬৮ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে (Covid new infections in India)। উক্ত সময়চোৱাত ২০ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু ।

Communal clashes in Jodhpur : যোধপুৰত অনিৰ্দিষ্ট কাললৈ বন্ধ ইণ্টাৰনেট সেৱা

ঈদক লৈ দেশবাসী ব্যস্ত হৈ থকাৰ মাজতে ৰাজস্থানৰ যোধপুৰত তীব্ৰ উত্তেজনা ()। সোমবাৰে নিশা জলোৰী গেটত ধৰ্মীয় পতাকাকলৈ দুটা সম্প্ৰদায়ৰ মাজত তীব্ৰ সংঘৰ্ষ ।

Eid Ul Fitr 2022 : বিধায়ক অখিল গগৈৰ ঈদৰ শুভেচ্ছা জ্ঞাপন

দেওবাৰে পুৱাই শিৱসাগৰ নগৰৰ জেঙনিকটীয়া জুম্মা মছজিদত উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ।

Eid-ul-Fitr 2022 : দিল্লীৰ জামা মছজিদত ইছলামধৰ্মী লোকৰ ভিৰ

সোমবাৰে ঈদৰ জোন দেখাৰ লগে লগে সমগ্ৰ দেশতে পালন কৰা হৈছে ঈদ-উল-ফিতৰ । দুবছৰৰ অন্তত জামা মছজিদত পৱিত্ৰ নামাজৰ বাবে ইছলাম ধৰ্মী লোকৰ ভিৰ (Devotees offer Namaz at Jama Masjid in Delhi)। প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক পৱিত্ৰ ঈদৰ শুভেচ্ছা জনাইছে ।

Eid Ul Fitr 2022 : টীয়কৰ কাকজানত সম্পন্ন ঈদৰ সমূহীয়া নামাজ

আজি পৱিত্ৰ ঈদ উল ফিতৰ (Today is the holy Eid Ul Fitr) ৷ প্ৰায় দুটা বছৰৰ ক’ভিড সৃষ্ট পৰিৱেশৰ অন্তত ৰাজ্যৰ মছজিদসমূহত পৱিত্ৰ নামাজৰ বাবে ভিৰ কৰিছেহি ইছলামধৰ্মী লোকসকলে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.