ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি... - 11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Top 10 @ 11 PM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Nov 24, 2020, 10:59 AM IST

তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলাৰ চি পি আই এম এলৰ নেতা বিবেক দাসৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত ম্ৰিয়মান ৰাজ্যবাসী ৷

তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ চামগুৰিবাসীৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য ৷ নগাঁৱৰ চামগুৰি আৰু পুৰণিগুদামবাসীৰ মাজতো দেখা যায় শোকৰ ছাঁ ৷ প্ৰিয় নেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন কৰে স্থানীয় ৰাইজৰ লগতে কংগ্ৰেছ কৰ্মীসকলে ৷

ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা

শোণিতপুৰৰ ৰঙাপৰাৰ বৰজুলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰাজপথত টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ ২০ জাই গুলিচালনা ৷

ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ডিগবৈৰ প্ৰকৃতিপ্ৰেমী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ ৷ বন বিভাগৰ সহযোগতৃ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী, দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়া হয় পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো ৷

তৰুণ গগৈৰ মৃত্যুত ইমৰাণ শ্বাহৰ প্ৰতিক্ৰিয়া

বয়সত মোতকৈ দুবছৰ সৰু আছিল যদিও তৰুণ গগৈৰ সৈতে মোৰ মধুৰ সম্পৰ্ক আছিল ৷ অতীতৰ কথা সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান সাহিত্যিক গৰাকী ৷ মুল্যবোধৰ ৰাজনীতি কৰিছিল তৰুণ গগৈয়ে ৷ অসমৰ ৰাজনীতিত প্ৰয়াত তৰুণ গগৈক সকলোৱে মনত ৰাখিব ৷

অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউ কক্ষত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে বৰ্ষীয়ান ৰাজনীতিক, ৰাজ্যৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কেৱল এগৰাকী সফল মুখ্যমন্ত্ৰীয়ে নহয়, গগৈ আছিল সমকালীন অসমৰ এগৰাকী সফল ৰাজনীতিক, অসমৰ মাটিত জাতীয় কংগ্ৰেছৰ জীৱনী শক্তি ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত অগপ সভাপতি অতুল বৰাৰ শোক প্ৰকাশ

তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বৰ্ষীয়ান কংগ্ৰেছী নেতা তৰুণ গগৈৰ শেষ নিশ্বাস ত্যাগ ৷ বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুত শাসক বিৰোধী উভয় পক্ষৰ ৰাজ্যিক নেতাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰো শোক প্ৰকাশ ৷ গগৈৰ সৈতে কটোৱা মুহূৰ্তক সুঁৱৰি অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ শোক প্ৰকাশ ৷

তৰুণ গগৈৰ শেষ যাত্ৰা সম্পৰ্কত মহানগৰ আৰক্ষী আয়ুক্তৰ মন্তব্য

সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ যাত্ৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে ৷ এই মন্তব্য মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ ৷

মৰাণত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত নেতৃত্বক সম্বৰ্ধনা

সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি দিপাংক কুমাৰ নাথ,লগতে সন্থাৰ উপ-সভাপতি মাণিক গগৈ,প্ৰকাশ চন্দ্ৰ দাস,সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত দত্তক "মৰাণ আঞ্চলিক ছাত্ৰ সন্থা"ৰ তৰফৰ পৰা সম্বৰ্ধনা ৷

শোকস্তব্ধ ডলী গগৈলৈ পত্ৰ প্ৰেৰণ মনমোহন সিঙৰ

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পত্নী ডলী গগৈলৈ মনমোহন সিঙৰ পত্ৰ প্ৰেৰণ ৷ পত্ৰৰ জৰিয়তে গভীৰ শোকপ্ৰকাশ কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.