ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 বাতৰি... - TOP 10 @ 11 AM

11 বজাৰ শীৰ্ষ 10 বাতৰি...

11 বজাৰ শীৰ্ষ 10 বাতৰি...
11 বজাৰ শীৰ্ষ 10 বাতৰি...
author img

By

Published : Nov 3, 2021, 10:56 AM IST

উপ নিৰ্বাচন 2021ৰ ফলাফল হাইলাইট

মঙলবাৰে দেশৰ 29 খন বিধানসভা আসন আৰু তিনিখন লোকসভা আসনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনত ভোট গণনা হৈ যায় ৷ কংগ্ৰেছে ৩১ বছৰৰ পিছত মধ্য প্ৰদেশৰ ৰায়গাঁৱৰ পৰম্পৰাগত বিজেপি আসনখন নিজৰ দখললৈ অনাৰ লগতে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত এটাকৈ আসন লাভ কৰে ।

ক'ভিড-১৯ৰ টীকাকৰণ নিম্ন হাৰত হোৱা জিলাৰ জিলা দণ্ডাধীশৰে আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ

সমগ্ৰ দেশতে বৰ্তমান ক'ভিড-১৯ৰ টীকাকৰণ(COVID-19 vaccination) অভিযান অব্যাহত আছে যদিও কেতবোৰ ৰাজ্যত এতিয়াও টীকাকৰণ অভিযান সফলভাৱে ৰূপায়িত হোৱা নাই । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে ৪০ খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব ।

এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ ভিতৰত কোন কোন থাকিব ?

এইবাৰ ১২ গৰাকী খেলুৱৈক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা আৰু ৩৫ গৰাকী খেলুৱৈক প্ৰদান কৰা হ’ব অৰ্জুন বঁটা । ১৩ নৱেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটাসমূহ ।

বলীউডৰ Bubbly Singer মোনালী ঠাকুৰলৈ ওপজা দিনৰ ওলগ...

36 বছৰীয়া হ’ল বলীউডৰ কণ্ঠশিল্পী মোনালী ঠাকুৰ(Monali Thakur) ৷ লাখ লাখ অনুৰাগী মোনালীৰ কণ্ঠৰ বাবে উন্মাদ । মোনালীলৈ জন্মদিনৰ শুভেচ্ছা...

কোকৰাঝাৰত SSB জোৱানৰ আৱাসিক ভৱন এলেকা উদ্বোধন মন্ত্ৰী নিত্যানন্দ ৰায়ৰ

মঙলবাৰে গৃহ মন্ত্ৰালয়ৰ আৱণ্টিত ধনেৰে নৱ-নিৰ্মিত কোকৰাঝাৰস্থিত এছ এছ বি(SSB) জোৱানৰ আৱাসিক ভৱন এলেকা উদ্বোধন কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়(Nityanand Rai)ৰ ৷ লগতে নিঃস্বাৰ্থভাৱে কৰ্তব্য পালন কৰা এছ এছ বি জোৱানসকলৰো প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ৷

বিলাসীপাৰাৰ টিলাপাৰা বজাৰত বিধ্বংসী অগ্নিকাণ্ড

বিলাসীপাৰাৰ টিলাপাৰা বজাৰত ভয়াৱহ অগ্নিকাণ্ড । এখন তৰ্জাৰ বেৰৰ দোকানত মমবাতিৰ পৰা জুইৰ সূত্ৰপাত ঘটা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

কাবুলৰ মিলিটেৰী হাস্পতালৰ বাহিৰত বিষ্ফোৰণ

মঙলবাৰে কাবুলৰ চৰ্দাৰ মহম্মদ ডাউদ খান মিলিটেৰী হাস্পতালৰ বাহিৰত এক বিষ্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ কথা সদৰি কৰিছে তালিবানৰ উপ-মুখপাত্ৰই ৷ ঘটনাত কোনো লোক নিহত হোৱাৰ তথ্য পোৱা নাই ৷

কেপ্টেইন অমৰিন্দৰ সিঙে গঠন কৰিলে পঞ্জাৱ লোক কংগ্ৰেছ

কংগ্ৰেছ ত্যাগ কৰি নতুন দল গঠন কৰিলে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৷ মঙলবাৰে তেওঁৰ নতুন দলটোৰ নাম 'পঞ্জাৱ লোক কংগ্ৰেছ' বুলি ঘোষণা কৰে ৷

জিৰণি নোলোৱাকৈ অব্যাহত থাকিব বিকাশৰ ধাৰা : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

বিজেপি মিত্রজোঁটৰ প্ৰ‍াৰ্থীক জয়যুক্ত কৰাৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.