মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
এক ভিডিঅ' বাৰ্তাত শইকীয়াই কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ একাংশ শীৰ্ষ নেতাই কংগ্ৰেছ আৰু আন কেতবোৰ দলৰ বিধায়কক কিনা-বেচা কৰি মণিপুৰত চৰকাৰ গঠন কৰিছিল ৷
তিন মূৰ্তি চৌকৰ পৰা চীনা দূতাবাসলৈ চীন বিৰোধী প্ৰতিবাদ
আজি পুৱা 10:30 বজাত 'ভইছ অৱ নৰ্থ ইষ্ট'ৰ সহযোগত আয়োজন কৰা হ'ব এক চীন বিৰোধী ৰেলী ৷ তিন মূৰ্তি চৌকৰ পৰা ভাৰতস্থিত চীনা দূতাবাসলৈ এই ৰেলীৰ আয়োজন কৰা হ'ব ৷
আমি শান্তি বিচাৰো, যুদ্ধ নহয় : চীনা-ভাৰতীয় নাগৰিক
কলিকতাৰ চাইনা টাউনৰ চীনা-ভাৰতীয় নাগৰিক সকলে মন্তব্য কৰিছে যে, তেওঁলোকে শান্তি বিচাৰে, যুদ্ধ নহয় ৷ প্ৰায় 2 হাজাৰ চীনা-ভাৰতীয় নাগৰিক কলিকতাৰ চাইনা টাউনত বাস কৰে ৷
গৃহ ৰাজলৈ প্ৰেৰণ ভাৰত-চীনৰ সংঘৰ্ষত শ্বহীদ হোৱা দীপক সিঙৰ মৃতদেহ
ভাৰত-চীন সংঘৰ্ষত শ্বহীদ হোৱা দীপক সিঙৰ মৃতদেহ লৈ এটি সৈন্যৰ দল আগবাঢ়িছে মধ্য প্ৰদেশৰ ৰেৱা জিলালৈ । শুকুৰবাৰে অন্তিম সৎকাৰ কৰা হ'ব শ্বহীদ গৰাকীৰ ।
চীনা সামগ্ৰী- চীনা খাদ্য বৰ্জন কৰিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ
চীনা সীমান্তত ভাৰতৰ 20 গৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পাচত চীনৰ বিৰুদ্ধে সৰ্বত্তে ধিক্কাৰ আৰু ক্ষোভৰ জোৱাৰ উঠিছে । সমগ্ৰ দেশতে বিভিন্ন লোক, দল সংগঠন আদিয়ে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাইছে ।
শান্তিপূৰ্ণ আলোচনাৰ বাবে ভাৰত-চীনৰ সন্মতি প্ৰদান
গালৱান সংঘৰ্ষৰ ফলত চীনে জনাই যে,এই সপ্তাহৰ আৰম্ভণিতে ভাৰত-চীনৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ আলোচনা কৰাৰ বাবে চেষ্টা চলাব । সাংবাদিক সন্মিলনত বিদেশ মন্ত্ৰালয়ে জনোৱা অনুসৰি,দুয়োখন দেশে সংঘৰ্ষৰ শান্তি পূৰ্ণ আলোচনাৰ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।
গালৱান সংঘৰ্ষৰ তথ্য লুকুৱাইছে কেন্দ্ৰীয় চৰকাৰেঃ উদ্ধৱ থাকৰে
ভাৰত-চীনৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষ সম্পৰ্কত মুখ খুলিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি,গালাৱান সংঘৰ্ষ সম্পৰ্কত বৰ্তমানেও কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ তথ্য প্ৰকাশ কৰা নাই ।
ধাৰৱীত পুনৰ 28 জনৰ দেহত কোভিড-19
মুম্বাইস্থিত এছিয়াৰ সৰ্ববৃহৎ বস্তি অঞ্চল ধাৰৱীত পুনৰ 28 জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে বস্তিটোত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা হয় 2 হাজাৰ 134 গৰাকী ৷
দিল্লীত কৰ'ণা আতংক : ৪৯,৯৭৯ গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
দিল্লীত বৃহস্পতিবাৰে মহামাৰী COVID-19 ত নতুনকৈ আক্ৰান্ত হয় ২,৮৭৭ গৰাকী । যাৰ পৰিপ্ৰেক্ষিতত ৰাজধানীখনত মুঠ কৰ'ণা আক্ৰান্তৰ সংখ্যা ৪৯,৯৭৯ গৰাকীলৈ বৃদ্ধি পাই বুলি সদৰি কৰে স্বাস্থ্য বিভাগে ।
বাইহাটা চাৰিআলিত পানীত পৰি মৃত্যু প্ৰতিভাৱান শিল্পীৰ
ছাগলী আনিবলৈ গৈ পানীত পৰি মৃত্যু এগৰাকী প্ৰতিভা সম্পন্ন কিশোৰী শিল্পীৰ ৷ বাইহাটা চাৰিআলিৰ বৰহাটা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷