Manipur Assembly Election 2022 : আজি পুনৰ মণিপুৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰচাৰ
মণিপুৰৰ বিধানসভাৰ দখলৰ লক্ষ্যৰে বুধবাৰে পুৱা গুৱাহাটীৰ পৰা ইম্ফল অভিমুখে উৰা মাৰে অসমৰ মুখ্যমন্ত্ৰী তথা "নেডা"ৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ বুজ ল’লে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বুধবাৰে পুৱা উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা(Assam Chief Secretary Jishnu Barua) আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত(Director General of Police Bhaskar Jyoti Mahanta) ।
Municipal Election 2022: ধেমাজিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে ধেমাজি পৌৰসভাৰ ১০ টা ৱাৰ্ডত কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷
প্ৰখ্যাত শিক্ষাবিদ সাংবাদিক বিজনলাল চৌধুৰীৰ শেষ নিশ্বাস ত্যাগ
দীৰ্ঘদিন অসুস্থ হৈ থকা বিজনলাল চৌধুৰী পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল ৷ স্মৃতিভ্ৰম ৰোগত ভুগি থকা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে মঙলবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷
শিৱসাগৰত পথ দুৰ্ঘটনা থিতাতে নিহত 1 জন: আহত 10 জন
শিৱসাগৰৰ হালোৱাটিঙত মঙলবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(One killed in Road accident at Sivasagar) ৷
এটা সময়ত অসমত ক্ৰাইম নোহোৱা হৈ যাব : মুখ্যমন্ত্ৰী
মহানগৰীত ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (Assam CM reaction on guwahati firing incident)। গুৱাহাটীত বিগত ৯ মাহত যিমানকেইটা ক্ৰাইম হৈছে গোটেই কেইটা ধৰা হৈছে আৰু এইটোও ধৰা হ'ব । বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এই বৰ্ষৰ জানুৱাৰী মাহলৈ অসমত ৩০ শতাংশ ক্ৰাইম কমিছে ।
থলুৱা জনজাতিৰ বাবে ভাষা বিকাশ সমিতি গঠনৰ আহ্বান মহাৰাজা প্ৰদ্যুত কিশোৰৰ
ত্ৰিপুৰাৰ থলুৱা ভাষাসমূহ সংৰক্ষণৰ হকে ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদে (Tripura Tribal Areas Autonomous District Council চমুকৈ TTAADC) আয়োজন ককৰে এক সভাৰ ৷
বোকাখাতৰ চাঞ্চল্যকৰ গুলীচালনা: অপৰাধীক আটক কৰাত ব্যৰ্থ আৰক্ষী
বোকাখাতত চাঞ্চল্যকৰ গুলীচালনাত আহত হৈছিল ৭ বছৰীয়া কিশোৰ (7 year old boy injured in firing at Bokakhat) । এজাহাৰ দিয়াৰ ১ সপ্তাহ পাৰ হৈ যোৱাৰ পাছতো মুকলি আকাশৰ তলত অপৰাধী ।
Ram Nath Kovind to Visit Kaziranga: ৰাষ্ট্ৰপতিৰ আগমনক লৈ যুদ্ধংদেহি প্ৰস্তুতি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ram Nath Kovind to visit Kaziranga)৷
Massive fire in Jorhat : যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড
মঙলবাৰে যোৰহাটৰ নিউ বালিবাটত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Jorhat) ৷ ৰশ্মি চাকিল চৌধুৰীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷