ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 22, 2022, 1:07 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি

Ukraine-Russia tensions: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে অসম পালেহি ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ দাবানল(Russia-Ukraine crisis continues)। দুয়োখন দেশৰ যুদ্ধৰ আশংকাক লৈ উদ্বিগ্ন ভাৰতীয় দূতাবাস(Tense between Russia and Ukraine) ৷

Eviction drive in Kaziranga animal corridors: ৰাষ্ট্ৰপতিৰ সমুখত প্ৰতিবাদ কৰিব কাজিৰঙাৰ উচ্ছেদিত জনতাই

কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত বহুকেইটা অঞ্চলৰ ৰাইজে উচ্ছেদৰ বিৰুদ্ধে সোমবাৰে কলিয়াবৰৰ ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ (Protest over eviction drive in Kaziranga animal corridors)৷

Tripura Police Raid: ত্ৰিপুৰাৰ এখন গাঁৱত উদ্ধাৰ নিচাজাতীয় দ্ৰব্য আৰু পিষ্টল

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে প্ৰায়ে অভিযান চলাই আহিছে ত্ৰিপুৰা আৰক্ষীয়ে (Tripura police raid against drugs)। ইয়াৰ মাজতে ৰংগুটিয়া গাঁৱত আৰক্ষীৰ অভিযান । জব্দ নিচাজাতীয় টেবলেট, বিদেশী সুৰা, নগদ ধন আৰু পিষ্টল । ঘটনা সন্দৰ্ভত আটক দুজন ।

Illegal Cattle Smuggling: জখলাবন্ধা আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি বাহন

ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো তেনেই পুৰণি ৷ আৰক্ষীয়ে যিমানে এই অবৈধ সৰবৰাহ বন্ধ কৰিবৰ বাবে চেষ্টা নকৰক কিয়, এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে প্ৰতিদিনে কৌশল সলনি কৰি আহিছে ৷

Businessman shot dead in Guwahati: মহানগৰীত আততায়ীৰ গুলীচালনাত ব্যৱসায়ীৰ মৃত্যু

মহানগৰীত শেহতীয়াভাৱে বৃদ্ধি পাইছে অপৰাধৰ ঘটনা । গুৱাহাটীৰ বৰবাৰীত সোমবাৰৰ পুৱা এজন ব্যৱসায়ীক ছুৰীকাঘাট কৰাৰ চাঞ্চল্য মাৰ নৌযাওতেই নিশা মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ গুলী চালনাৰ ঘটনা (Businessman shot dead in Guwahati) ৷

Road accident in Barpeta: সৰভোগত ভয়ংকৰ দুৰ্ঘটনা, বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে দুজনে

বৰপেটাৰ সৰভোগত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Barpeta) ৷ দুৰ্ঘটনাটোত দুজন লোক থিতাতে নিহত ৷ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখন ৷

Nani Gopal Mahanta on English medium Adarsh ​​Vidyalaya: অসমীয়া কৃষ্টি-সংস্কৃতিৰ বাবে ভাবুকি নহয় ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়

সোমবাৰে মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্তই পৰিদৰ্শন কৰিলে বৰপেটাৰ তিনিখনকৈ আদৰ্শ বিদ্যালয় (Nani Gopal Mahanta in Barpeta visited three model schools) ৷

আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা : সকলো পদতে বিজয়ী আছু সমৰ্থিত প্ৰাৰ্থী

আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মুঠ পোন্ধৰটা পদ (AASU wins student body election in Kaliabar college) ৷ সোমবাৰে ঘোষিত ছাত্ৰ একতা সভা নিৰ্বাচনী ফলাফলত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়।

আপোনাৰ গাড়ীখন অচিনাকী কোম্পেনীক ভাড়ালৈ দিয়ে নেকি ?

সাৱধান ! পুনৰ সক্ৰিয় হৈছে গাড়ী চুৰি চক্ৰ (Car lifter racket in Assam) ৷ প্ৰথমে গাড়ী ভাড়া কৰি আপোনাক আদায় দিব কেবামাহৰ আগধন তাৰ পিছতে আৰম্ভ হ’ব প্ৰকৃত নাটক ৷ সবিশেষ জানো আহক ৷

ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে

পৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় দলৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ ভয়-ভাবুকিৰে বিৰোধী দলৰ প্ৰাৰ্থীক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে (BJP accused of threatening candidates to withdraw nomination) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.