ETV Bharat / state

আজিৰেপৰা আৰম্ভ হ'ল ই-পাছৰ জৰিয়তে গৃহমুখী যাত্ৰা

যাত্ৰীসকলে চৰকাৰী নীতি-নিৰ্দেশনা মানি যাত্ৰাৰ সময়ত সামাজিক দুৰত্বৰ লগতে মাস্ক ব্যৱহাৰ কৰিছে নে নাই তাৰ প্ৰতিও নজৰ ৰাখিছে আৰক্ষী প্ৰশাসনে ৷

author img

By

Published : Apr 25, 2020, 2:08 PM IST

Updated : Apr 25, 2020, 2:19 PM IST

Today started E-Pass journey for home on Assam
আজিৰেপৰা আৰম্ভ হ'ল ই-পাছৰ জৰীয়তে গৃহমুখী যাত্ৰা

গুৱাহাটী,25 এপ্ৰিলঃ আজিৰেপৰা আৰম্ভ হ'ল লক ডাউনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ লোকৰ ই-পাছৰ জৰিয়তে গৃহমুখী যাত্ৰা ৷ তাৰেই পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত পুৱাৰে পৰা দেখা পোৱা গ'ল ঘৰলৈ ৰাওনা হোৱা বহু লোকক ৷

Today started E-Pass journey for home on Assam
আজিৰেপৰা আৰম্ভ হ'ল ই-পাছৰ জৰিয়তে গৃহমুখী যাত্ৰা

ইপিনে,যোৰাবাটত সকলো বাছকে তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ লগতে যাত্ৰীসকলে চৰকাৰী নীতি-নিৰ্দেশনা মানি যাত্ৰাৰ সময়ত সামাজিক দুৰত্বৰ লগতে মাস্ক ব্যৱহাৰ কৰিছে নাই তাৰ প্ৰতিও নজৰ ৰাখে আৰক্ষী প্ৰশাসনে ৷ উল্লেখযোগ্য যে,আজিৰেপৰা অহা 27 এপ্ৰিললৈকে অব্যাহত থাকিব ই-পাছৰ জৰিয়তে এই গৃহমুখী যাত্ৰা ৷

লগতে পঢ়কঃ বিশিষ্ট ৰাজনীতিবিদ তথা প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ দেহাৱসান

Last Updated : Apr 25, 2020, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.