গুৱাহাটী,৯ মাৰ্চঃ মালিগাঁৱৰ আদিংগিৰি শংকৰদেৱ নগৰত নাহৰফুটুকীৰ সন্ত্ৰাস ৷ শনিবাৰে এটা নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মালিগাঁৱৰ এহাল দম্পতী ৷ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নাহৰফুটুকীটোৱে আক্ৰমণ কৰে দম্পতিহালক । সম্প্ৰতি সংকটজনক অৱস্থাত সঞ্জিৱনী হাস্পতালৰ ICUত চিকিৎসাধীন হৈ আছে আহত দম্পতিহাল ৷ আহত দুগৰাকীৰ নাম জানিব পৰা মতে,দীপক হুজুৰি আৰু কমলা হুজুৰি । দীপক হুজুৰি এগৰাকী কৃষি বিভাগৰ কৰ্মচাৰী । ইফালে ঘটনাস্থলিত বহু পলমকৈ উপস্থিত হয় জালুকবাৰী আৰক্ষী । অৱশেষত ,বন বিভাগৰ লোকে ট্ৰেংকুলাইছ কৰি লৈ যায় নাহৰফুটুকীটো ।
মালিগাঁৱত বৰঘৰত বনৰজা ! - নাহৰফুটুকী
বাঘৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত পতি-পত্নী
গুৱাহাটী,৯ মাৰ্চঃ মালিগাঁৱৰ আদিংগিৰি শংকৰদেৱ নগৰত নাহৰফুটুকীৰ সন্ত্ৰাস ৷ শনিবাৰে এটা নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মালিগাঁৱৰ এহাল দম্পতী ৷ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নাহৰফুটুকীটোৱে আক্ৰমণ কৰে দম্পতিহালক । সম্প্ৰতি সংকটজনক অৱস্থাত সঞ্জিৱনী হাস্পতালৰ ICUত চিকিৎসাধীন হৈ আছে আহত দম্পতিহাল ৷ আহত দুগৰাকীৰ নাম জানিব পৰা মতে,দীপক হুজুৰি আৰু কমলা হুজুৰি । দীপক হুজুৰি এগৰাকী কৃষি বিভাগৰ কৰ্মচাৰী । ইফালে ঘটনাস্থলিত বহু পলমকৈ উপস্থিত হয় জালুকবাৰী আৰক্ষী । অৱশেষত ,বন বিভাগৰ লোকে ট্ৰেংকুলাইছ কৰি লৈ যায় নাহৰফুটুকীটো ।
মালিগাৱৰ আদিংগিৰি শংকৰদেৱ নগৰত নাহৰফুটুকীৰ সন্ত্ৰাস৷ নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এহাল দম্পতী৷ ঘৰৰ ভিতৰত প্ৰবেশ কৰি নাহৰফুটুকীটোৱে আক্ৰমণ কৰে দম্পতিহালক৷ আহত দম্পতিহাল সম্প্ৰতি সংকটজনক অৱস্থাত সঞ্জিৱনী হস্পিতালৰ ICUত চিকিৎসাধীন হৈ আছে৷ দীপক হুজুৰি আৰু কমলা হুজুৰিক আক্ৰমণ কৰে নাৰফুটুকীটোৱে। দীপক হুজুৰি কৃষি বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় জালুকবাৰী আৰক্ষী। আনহাতে পিছত বন বিভাগৰ লোকে বাঘটো ট্ৰেংকুলাইছ কৰি লৈ যায়।
Visual-FTP
(Hirul Haque/Guwahati)