ETV Bharat / state

হেঙেৰাবাৰীৰ পৰা বশিষ্ঠলৈ সলনি ৰাজ্যিক বিজেপিৰ ঠিকনা - অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন

অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন ৷ আধাৰশিলা স্থাপনৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

হেঙেৰাবাৰীৰ পৰা বশিষ্ঠলৈ সলনি ৰাজ্যিক বিজেপিৰ ঠিকনা
author img

By

Published : Nov 21, 2019, 9:48 AM IST

গুৱাহাটী,21 নৱেম্বৰ: বুধবাৰে গুৱাহাটীৰ বশিষ্ঠত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নতুন মুখ্য কাৰ্যালয় ভৱনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই অনুষ্ঠানত উপস্থিত ৰাজ্যিক সভাপতি ৰণজিৎ দাস, মন্ত্ৰী নৱ কুমাৰ দলৈ, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, বিধায়ক ড৹ নোমল মমিন আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ শৰ্মাৰ লগতে বিজেপিৰ প্ৰায় সকলো কৰ্মকৰ্তা । অতি অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা হ'ব এই ভৱনটো । যত সকলো সা সুবিধা উপলব্ধ থকাৰ লগতে প্ৰতিটো স্তৰৰ বাবে পৃথক পৃথক কাৰ্যালয় থাকিব । বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ আৰ্হিতে নিৰ্মাণ কৰা হ'ব এই নতুন কাৰ্যালয়ৰ ভৱন । আগন্তুক দুই বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে ভৱনটোৰ । ৰাজ্যিক বিজেপিৰ সূত্ৰই জনোৱা অনুসৰি আগন্তুক নিৰ্বাচনৰ কাম নতুন ভৱনৰ পৰাই সম্পাদিত কৰা হ'ব । মুঠৰ ওপৰত অসমৰ মানচিত্ৰত সকলো ৰাজনৈতিক দলৰ ভিতৰত অত্যাধুনিক আৰু বৃহৎ ভৱন ৰূপে পৰিগণিত হ'ব বিজেপিৰ এই নতুন ভৱনটো ।

হেঙেৰাবাৰীৰ পৰা বশিষ্ঠলৈ সলনি ৰাজ্যিক বিজেপিৰ ঠিকনা

আৰু পঢ়ক ব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰঃ নিৰ্মলা সীতাৰমণ

Intro:বুধবাৰে গুৱাহাটীৰ বশিষ্ঠত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নতুন মুখ্য কাৰ্যালয় ভৱনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত উপস্থিত ৰাজ্যিক সভাপতি ৰণজিৎ দাস, মন্ত্ৰী নৱ কুমাৰ দলৈ, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, বিধায়ক ডা° নোমল মমিন আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ শৰ্মাৰ লগতে বিজেপিৰ সকলো কৰ্মকৰ্তা। অতি অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা হ'ব এই ভৱনটো। যত সকলো সা সুবিধা উপলব্ধ থকাৰ লগতে প্ৰতিটো স্থৰৰ বাবে পৃথক পৃথক কাৰ্যালয় থাকিব। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ আৰ্হিতে নিৰ্মাণ কৰা হ'ব এই নতুন কাৰ্যালয়ৰ ভৱন। আগন্তুক দুই বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ভৱনটো। ৰাজ্যিক বিজেপিয়ে জনোৱা অনুসৰি আগন্তুক নিৰ্বাচনৰ কাম নতুন ভৱনৰ পৰায়ে সম্পাদিত কৰা হ'ব। মুঠৰ ওপৰত অসমৰ মানচিত্ৰত সকলো ৰাজনৈতিক দলতকৈ অত্যাধুনিক আৰু বৃহৎ ভৱন ৰূপে পৰিগণিত হ'ব বিজেপিৰ এই নতুন ভৱনটো। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.