ETV Bharat / state

মহানগৰীত পুনৰ বাঘৰ আতংক

author img

By

Published : Aug 1, 2019, 6:58 PM IST

কামাখ্যা গেটৰ শান্তি নগৰত বাঘৰ আতংক । বাঘৰ ভয়ত ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা অৱস্থা অঞ্চলবাসীৰ । বাঘ দুটাক শীঘ্ৰে পিঞ্জৰাৱদ্ধ কৰাৰ দাবী অঞ্চলবাসীৰ ৷

মহানগৰীত পুনৰ বাঘৰ আতংক

গুৱাহাটী, 1 আগষ্ট: মহানগৰীৰ কামাখ্যা গেটৰ শান্তি নগৰত বাঘৰ মুক্ত বিচৰণত শংকিত নাগৰিক ৷ বাঘৰ ভয়ত ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা অৱস্থা অঞ্চলবাসীৰ । শান্তি নগৰৰ ৰেণু মেধি নামৰ এগৰাকী মহিলাৰ ঘৰৰ পিছফালে বাঘটো প্ৰত্যক্ষ কৰে ৰাইজে । তাৰোপৰি প্ৰতিদিনে বাঘৰ গোজৰণি শুনে অঞ্চলটোৰ ৰাইজে । বাঘৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে ৰেণু মেধিৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজ । বহুবাৰ বন বিভাগ তথা আৰক্ষীক খবৰ দিছে যদিও বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। অঞ্চলটোত মুক্তভাবে বিচৰণ কৰি থকা বাঘ দুটাই ইতিমধ্যেই কেইবাজনো লোকক আক্ৰমণ কৰিছে। ইমানৰ পিছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। । ইফালে স্থানীয় ৰাইজৰ দাবী অতিশীঘ্ৰে অঞ্চলটোত পিঞ্জৰা স্থাপন কৰি বাঘ দুটা ধৰাৰ ব্যৱস্থা কৰিব লাগে।

Intro:মহানগৰীৰ কামাখ্যা গেটৰ শান্তি নগৰত বাঘৰ আতংক। বাঘৰ ভয়ত ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা অৱস্থা অঞ্চলবাসীৰ। শান্তি নগৰৰ ৰেণু মেধী নামৰ মহিলা এগৰাকীৰ ঘৰৰ পিছফালে বাঘটো প্ৰত্যক্ষ কৰে। তাৰোপৰি প্ৰতিদিনে বাঘৰ গোজৰণি শুণে অঞ্চলটোৰ ৰাইজে। বাঘৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে ৰেণু মেধীৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজ। বহুবাৰ বন বিভাগ তথা আৰক্ষীক খবৰ দিছে যদিও বৰ্তমানলৈ কোনো ব্যৱস্থায়ে গ্ৰহণ কৰা নাই। যাৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। অঞ্চলটোত থকা বাঘ দুটাই ইতিমধ্যেই কেইবাজনো লোকক আক্ৰমণ কৰিছে। ইমানৰ পিছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। পুণৰ যেন অঘটন হোৱাৰ অপেক্ষাত আছে বনবিভাগ। ইফালে স্থানীয় ৰাইজৰ দাবী অতিশীঘ্ৰে অঞ্চলটোত পিঞ্জৰা স্থাপন কৰি বাঘ দুটা ধৰাৰ ব্যৱস্থা কৰিব লাগে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.