যোৰাবাট, 23 অক্টোবৰ: যোৰাবাটৰ আদৰ্শ নগৰত সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিৱেশৰ । উক্ত অঞ্চলত ঢেকীয়াপতীয়া বাঘ ওলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় আতংকময় পৰিৱেশৰ । দ্বীপক কলিতা নামৰ লোকজনে মঙলবাৰে নিশা ঘৰলৈ যোৱাৰ পথত ঢেকীয়াপতীয়া বাঘটো প্ৰত্যক্ষ কৰি গঞা ৰাইজক খবৰ দিয়াত সমগ্ৰ ৰাইজ ওলাই আহি হুৱাদুৱা পৰিৱেশৰ সৃষ্টি কৰে । পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰৰ ব্যৱস্থা কৰে যদিও স্থানীয় ৰাইজে কয় যে ঢেকীয়াপতীয়া বাঘটো পোৱালি যিহেতু বাঘটোৰ মাতৃও আছে উক্ত অঞ্চলত । গতিকে ইয়াকে লৈ এতিয়া হুলস্থুল পৰিৱেশে বিৰাজ কৰিছে । বন বিভাগৰ লোকে এতিয়া বাঘৰ পোৱালীটো উদ্ধাৰ কৰিব পাৰিব নে নাই সেয়াহে লক্ষ্যণীয় হব । স্থানীয় ৰাইজৰ সন্দেহ যে কাষতে থকা আমচাং অভয়াৰণ্যৰ পৰা এই ঢেকীয়াপতীয়া বাঘটো ওলাই আহিছে ।
যোৰাবাটৰ আদৰ্শ নগৰত ঢেকীয়াপতীয়াই সৃষ্টি কৰিছে আতংকৰ - আদৰ্শ নগৰত ঢেকীয়াপতিয়া বাঘ
দ্বীপক কলিতা নামৰ লোকজনে মঙলবাৰে নিশা ঘৰলৈ যোৱাৰ পথত ঢেকীয়াপতীয়া বাঘটো প্ৰত্যক্ষ কৰি গঞা ৰাইজক খবৰ দিয়াত সমগ্ৰ ৰাইজ ওলাই আহি হুৱাদুৱা পৰিৱেশৰ সৃষ্টি কৰে । পাছত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰৰ ব্যৱস্থা কৰে যদিও স্থানীয় ৰাইজে কয় যে, ঢেকীয়াপতীয়া বাঘটো পোৱালি যিহেতু বাঘটোৰ মাতৃও আছে উক্ত অঞ্চলত । গতিকে ইয়াকে লৈ এতিয়া হুলস্থুল পৰিৱেশে বিৰাজ কৰিছে । বন বিভাগৰ লোকে এতিয়া বাঘৰ পোৱালীটো উদ্ধাৰ কৰিব পাৰিব নে নাই সেয়াহে লক্ষ্যণীয় হব ।
যোৰাবাট, 23 অক্টোবৰ: যোৰাবাটৰ আদৰ্শ নগৰত সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিৱেশৰ । উক্ত অঞ্চলত ঢেকীয়াপতীয়া বাঘ ওলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় আতংকময় পৰিৱেশৰ । দ্বীপক কলিতা নামৰ লোকজনে মঙলবাৰে নিশা ঘৰলৈ যোৱাৰ পথত ঢেকীয়াপতীয়া বাঘটো প্ৰত্যক্ষ কৰি গঞা ৰাইজক খবৰ দিয়াত সমগ্ৰ ৰাইজ ওলাই আহি হুৱাদুৱা পৰিৱেশৰ সৃষ্টি কৰে । পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰৰ ব্যৱস্থা কৰে যদিও স্থানীয় ৰাইজে কয় যে ঢেকীয়াপতীয়া বাঘটো পোৱালি যিহেতু বাঘটোৰ মাতৃও আছে উক্ত অঞ্চলত । গতিকে ইয়াকে লৈ এতিয়া হুলস্থুল পৰিৱেশে বিৰাজ কৰিছে । বন বিভাগৰ লোকে এতিয়া বাঘৰ পোৱালীটো উদ্ধাৰ কৰিব পাৰিব নে নাই সেয়াহে লক্ষ্যণীয় হব । স্থানীয় ৰাইজৰ সন্দেহ যে কাষতে থকা আমচাং অভয়াৰণ্যৰ পৰা এই ঢেকীয়াপতীয়া বাঘটো ওলাই আহিছে ।
Body:যোৰাবাটৰ আদৰ্শ নগৰত সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিৱেশৰ। উক্ত অঞ্চলত ঢেকীয়াপতিয়া বাঘ ওলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় আতংকময় পৰিৱেশৰ। দ্বীপক কলিতা নামৰ লোকজনে মঙ্গলবাৰে নিশা ঘৰলৈ যোৱাৰ পথত ঢেকীয়াপতিয়া বাঘটো প্ৰত্যক্ষ কৰি গঞা ৰাইজক খবৰ দিয়াত সমগ্ৰ ৰাইজ ওলাই আহি হুৱাদুৱা পৰিৱেশৰ সৃষ্টি কৰে। পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰৰ ব্যৱস্থা কৰে যদিও স্থানীয় ৰাইজে কয় যে ঢেকীয়াপতিয়া বাঘটো পোৱালি যিহেতু বাঘটোৰ মাতৃও আছে উক্ত অঞ্চলত। গতিকে ইয়াকে লৈ এতিয়া হুলস্থুল পৰিৱেশে বিৰাজ কৰিছে। বন বিভাগৰ লোকে এতিয়া বাঘৰ পোৱালীটো উদ্ধাৰ কৰিব পাৰিব নে নাই সেয়াহে লক্ষ্যণীয় হব। স্থানীয় ৰাইজৰ সন্দেহ যে কাষতে থকা আমচাং অভয়াৰণ্যৰ পৰা এই ঢেকীয়াপতিয়া বাঘটো ওলাই আহিছে।
Bite স্থানীয় লোক
Conclusion:Asrar Ansari
গুৱাহাটী