- গুৱাহাটীত এগৰাকী ব্যৱসায়ীৰ আত্মহত্যা (Suicide case in Guwahti) ৷
- ৰুক্মিনীগাঁৱৰ Starcrest এপাৰ্টমেন্টৰ বাসিন্দা ব্যৱসায়ীজন ৷
- ব্যৱসায়ীজনৰ নাম ধ্ৰুৱ গগৈ ৷
- প্ৰাক্তন মন্ত্ৰী তিলক গগৈৰ পুত্ৰ ধ্ৰুৱ ৷
- নিজ গৃহত পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা ধ্ৰুৱ গগৈৰ ৷
- বৰ্তমানো জানিব পৰা নাই আত্মহত্যাৰ কাৰণ ৷
- ঘটনাৰ সন্দৰ্ভত খবৰ লাভ কৰিয়েই উপস্থিত হয় মহানগৰ আৰক্ষী ৷
- ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
প্ৰাক্তন মন্ত্ৰী তিলক গগৈৰ পুত্ৰ ধ্ৰুৱ গগৈৰ আত্মহত্যা - পুনৰ মৃত্যুঘন্টা বাজিছে গুৱাহাটীত
পুনৰ মৃত্যুঘন্টা বাজিছে গুৱাহাটীত(Suicide case in Guwahti) ৷ নিজ গৃহত পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা ধ্ৰুৱ গগৈয়ে ৷ ধ্ৰুৱ গগৈ হৈছে প্ৰাক্তন মন্ত্ৰী তিলক গগৈৰ পুত্ৰ ৷

প্ৰাক্তন মন্ত্ৰী তিলক গগৈৰ পুত্ৰ ধ্ৰুৱ গগৈৰ আত্মহত্যা