ETV Bharat / state

গুৱাহাটীত সংগীতৰ মহাৰণ - সংগীত মহাৰণ

প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব দেখুওৱা প্ৰতিযোগীসকলৰ গীত বাণীবদ্ধ কৰাৰ লগতে সংগীতৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি জনায় বিচাৰকৰ লগতে সংগীত মহাৰণৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকা অজয় ফুকনে ।

গুৱাহাটীত সংগীত মহাৰণ অনুষ্ঠান
author img

By

Published : Jun 2, 2019, 10:58 PM IST

গুৱাহাটী, 2 জুনঃ গুৱাহাটীস্থিত মা ষ্টুডিঅ'ত আয়োজন কৰা হৈছে সংগীতৰ মহাৰণ ৷ অসম সাংস্কৃতিক সমাজৰ উদ্যোগত আয়োজিত এই মহাৰণ 1 জুনৰ পৰা আৰম্ভ হৈছে । 1 জুনৰ পৰা 2 জুনলৈ হ'ব লগীয়া সংগীত মহাৰণ প্ৰতিযোগিতাত ৰাজ্যৰ উদীয়মান কণ্ঠ শিল্পীসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হৈছে ।

গুৱাহাটীত সংগীত মহাৰণ অনুষ্ঠান

এই সংগীতৰ মহাৰণ প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে সংগীত পৰিচালক মৃণালকান্তি মেধি । আনহাতে, অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে প্ৰতিযোগিতাত ৷ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব দেখুওৱা প্ৰতিযোগীসকলৰ গীত বাণীবদ্ধ কৰাৰ লগতে সংগীতৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি জনায় বিচাৰকৰ লগতে সংগীত মহাৰণৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকা অজয় ফুকনে ।

Intro:প্ৰথম বাৰৰ বাবে সংগীতৰ মহাৰণৰ এক মেগা কম্পিটিছিন আয়োজন কৰা হৈছে জু ৰোড স্থিত মা ষ্টুডিঅত। অসম সাংস্কৃতিক সমাজৰ উদ্যোগত প্ৰাণ পাই উঠা সংগীত ৰ এই মহাৰণ 1 জুনৰ পৰা আৰম্ভ হৈছে। 1 জুনৰ পৰা 2 জুনলৈ হব লগা সংগীত মহাৰণ প্ৰতিযোগিতাত অসমৰ নতুন প্ৰজন্মৰ উদীয়মান কণ্ঠ শিল্পী সকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হৈছে।

Body:এই সংগীতৰ মহাৰণ প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে মৃণাল কান্তি মেধি । অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰতিযোগী সকল আহিছে আৰু অংশ গ্ৰহণ কৰিছে এই মহাৰণ প্ৰতিযোগিতাত। এই প্ৰতিযোগিতাৰ বাচনিত যি সকল শ্ৰেষ্ঠ হব সেই সকলৰ লগত গীত বাণীবদ্ধ কৰাৰ লগতে সংগীতৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি কলে বিচাৰক ৰ লগতে সংগীত মহাৰণৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকা অজয় ফুকনে।
Bite:- মৃণাল কান্তি মেধি, অজয় ফুকন।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.