গুৱাহাটী, 08 চেপ্তেম্বৰঃ 14 চেপ্তেম্বৰৰ পৰা 28 চেপ্তেম্বৰলৈ বিজেপিয়ে দেশজুৰি পালন কৰিব ' সেৱা সপ্তাহ ' । শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ৷ এই কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰে প্ৰতিখন জিলাৰ 100 গৰাকীকৈ বিশেষভাৱে সক্ষম লোকক সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি দৰিদ্ৰ সকলক সহায়ৰ লগতে প্লাষ্টিক বৰ্জন, পানী সংৰক্ষণ আদিৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰো কাৰ্যসূচী হাতত লৈছে বিজেপিয়ে ৷ ইফালে 17 চেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে মোডীৰ জীৱন ধাৰাৰ ওপৰত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব । উল্লেখযোগ্য যে, অসমত বন্ধ হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি আছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷
14 চেপ্তেম্বৰৰ পৰা বিজেপিৰ 'সেৱা সপ্তাহ' আৰম্ভ - কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল
14 চেপ্তেম্বৰৰ পৰা 28 চেপ্তেম্বৰলৈ বিজেপিয়ে দেশজুৰি পালন কৰিব ' সেৱা সপ্তাহ ' । শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ৷
গুৱাহাটী, 08 চেপ্তেম্বৰঃ 14 চেপ্তেম্বৰৰ পৰা 28 চেপ্তেম্বৰলৈ বিজেপিয়ে দেশজুৰি পালন কৰিব ' সেৱা সপ্তাহ ' । শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ৷ এই কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰে প্ৰতিখন জিলাৰ 100 গৰাকীকৈ বিশেষভাৱে সক্ষম লোকক সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি দৰিদ্ৰ সকলক সহায়ৰ লগতে প্লাষ্টিক বৰ্জন, পানী সংৰক্ষণ আদিৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰো কাৰ্যসূচী হাতত লৈছে বিজেপিয়ে ৷ ইফালে 17 চেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে মোডীৰ জীৱন ধাৰাৰ ওপৰত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব । উল্লেখযোগ্য যে, অসমত বন্ধ হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি আছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷
Body:দৰিদ্ৰ লোকসকলক সহায়ৰ উপৰিও প্লাষ্টিক বৰ্জন, পানী সংৰক্ষণ আদিৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰো কাৰ্যসূচী হাতত লৈছে দলটোৱে। ইফালে ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষ্যে মোডীৰ জীৱন ধাৰাৰ ওপৰত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। তাৰোপৰি স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত সামাজিক কাম কৰাৰ পদক্ষেপো হাতত লৈছে বিজেপিয়ে। আনহাতে অসমৰ বন্ধ হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি আছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে।
Conclusion:HIRUL HAQUE I GUWAHATI