গুৱাহাটী,3 এপ্ৰিলঃনিৰ্বাচনী প্ৰচাৰৰ নামত মন্ত্ৰী তথা লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ সীমা চেৰাই যোৱা মন্তব্যৰ পাছতে জাঙুৰ খাই উঠে মালিগাঁৱৰ জেষ্ঠ নাগৰিক সমাজ ৷ বুধবাৰে মালিগাঁৱত জেষ্ঠ নাগৰিকসকলে এক সভাৰ আয়োজন কৰি মন্ত্ৰী গৰাকীকক সকীয়নি প্ৰদান কৰে ৷ উল্লেখ্য যে, দুদিন পূৰ্বে পল্লৱলোচন দাসে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুক আক্ৰমণ কৰিবলৈ গৈ বুঢ়া গৰু বুলি কৈছিল ৷ ষাঠিৰোৰ্দ্ধৰ লোকক বুঢ়া গৰু বুলি কৈ সমগ্ৰ জেষ্ঠ নাগৰিকক অপমান কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷
হাঁহিৰাম মন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল জেষ্ঠ নাগৰিক - ETV BHARAT
হাঁহিৰাম মন্ত্ৰী পল্লৱলোচন দাসৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মালিগাৱঁৰ জেষ্ঠ নাগৰিক সমাজ
গুৱাহাটী,3 এপ্ৰিলঃনিৰ্বাচনী প্ৰচাৰৰ নামত মন্ত্ৰী তথা লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ সীমা চেৰাই যোৱা মন্তব্যৰ পাছতে জাঙুৰ খাই উঠে মালিগাঁৱৰ জেষ্ঠ নাগৰিক সমাজ ৷ বুধবাৰে মালিগাঁৱত জেষ্ঠ নাগৰিকসকলে এক সভাৰ আয়োজন কৰি মন্ত্ৰী গৰাকীকক সকীয়নি প্ৰদান কৰে ৷ উল্লেখ্য যে, দুদিন পূৰ্বে পল্লৱলোচন দাসে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুক আক্ৰমণ কৰিবলৈ গৈ বুঢ়া গৰু বুলি কৈছিল ৷ ষাঠিৰোৰ্দ্ধৰ লোকক বুঢ়া গৰু বুলি কৈ সমগ্ৰ জেষ্ঠ নাগৰিকক অপমান কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷
নিৰ্বাচনী প্ৰচাৰৰ নামত মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ সীমা চেৰাই যোৱা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে মালিগাঁৱৰ জ্যেষ্ঠ নাগৰিক সমাজ। বুধবাৰে মালিগাঁৱত এক সভা আয়োজন কৰি হাঁহিৰাম মন্ত্ৰীগৰাকীক সকিয়নি প্ৰদান কৰে। ভানুক আক্ৰমণ কৰিবলৈ গৈ বুঢ়া গৰুৰ বুলি কৈছিল মন্ত্ৰীগৰাকীয়ে। ৬০ উৰ্দ্ধৰ লোকক বুঢ়া গৰুৰ বুলি কৈ সমগ্ৰ জ্যেষ্ঠ নাগৰিকক অপমান কৰিছিল পল্লৱলোচন দাসে।
Body:যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ নাগৰিকে ধিক্কাৰ দিছে মন্ত্ৰীগৰাকীক। ৰাজনীতিৰ নামত জ্যেষ্ঠ নাগৰিকক অপমান নকৰিবলৈ সকিয়নি মালিগাঁও জ্যেষ্ঠ নাগৰিক সমাজৰ। তাৰোপৰি এগৰাকী মন্ত্ৰীৰ এনে অশোভনীয় মন্তব্যৰ বাবে যথেষ্ঠ মনত দুখ পাইছে জ্যেষ্ঠ নাগৰিকসকলে।
Conclusion:HIRUL HAQUE I GUWAHATI