ETV Bharat / state

আন্তঃজিলা বাছ চলাচলৰ দ্বিতীয় দিনঃ আমিনগাঁৱত যাত্ৰীৰ ভিৰ - Assam Lock down

শনিবাৰৰ পৰা বাছ চলাচল আৰম্ভ হোৱাৰ পিছতে দেওবাৰে দ্বিতীয় দিনাও আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত ভিৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাবলগা যাত্ৰীসকলে ৷ দ্বিতীয় দিনৰ বাবে কামৰূপ জিলাত আবদ্ধ ২০০০ লোকক অনুমোদন প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷

second day of inter district transportation
আন্তঃজিলা বাছ চলাচলৰ দ্বিতীয় দিনঃ আমিনগাঁৱত যাত্ৰীৰ ভিৰ
author img

By

Published : Apr 26, 2020, 1:08 PM IST

আমিনগাঁও,26 এপ্ৰিলঃ লক ডাউনৰ মাজতে ৰাজ্য চৰকাৰে তিনিদিনৰ বাবে আন্তঃজিলা বাছ চলাচলৰ বাবে অনুমোদন প্ৰদান কৰিছে ৷ শনিবাৰৰ পৰা বাছ চলাচল আৰম্ভ হোৱাৰ পিছতে দেওবাৰে দ্বিতীয় দিনাও আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত ভিৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাব লগা যাত্ৰীসকলে ৷ দেওবাৰেও আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডৰ পৰা ৰাজ্যৰ বিভিন্ন জিলালৈ বাছ চলাচল আৰম্ভ হয় ৷

আন্তঃজিলা বাছ চলাচলৰ দ্বিতীয় দিন

উল্লেখ্য যে, দ্বিতীয় দিনৰ বাবে কামৰূপ জিলাত আবদ্ধ ২০০০ লোকক অনুমোদন প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷ সামাজিক দুৰত্ব বজাই ৰাখি একোখন বাছত 20ৰ পৰা 25জন যাত্ৰী যোৱাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক-লক ডাউন ভংগঃ ৰঙিয়াত আটক 20 জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.