নিউজ ডেস্ক, ২২ মে‘: সোমবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা ১০ বজাৰ লগে লগে ছেবাই ১০টাকৈ ৱেবছাইটত ঘোষণা কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এই ৱেবছাইটসমূহত ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীটো উপলব্ধ কৰা হৈছে (SEBA Assam HSLC Results 2023) । আজি পুৱা ৮ বজাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইট কৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা সদৰী কৰে ৷
এইবাৰ ফলাফলত প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতন ছাত্ৰ হৃদম ঠাকুৰীয়া । পৰীক্ষাত উৰ্ত্তীণৰ হাৰ আছিল ৭২.৬৯ শতাংশ (HSLC Results 2023 ) ৷ এই ফলাফলত শীৰ্ষত আছে চিৰাং জিলা ৷ চিৰাঙৰ উত্তীৰ্ণৰ হাৰ ৮৮.৬৮% ৷ আনহাতে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪ লাখ ১৫ হাজাৰ ৩২৪ গৰাকী শিক্ষাৰ্থী । ইয়াৰে ৩ লাখ ১ হাজাৰ ৮৭৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় পৰীক্ষাত ।
পৰীক্ষাত শীৰ্ষস্থান লাভ কৰাসকল ক্ৰমে(SEBA Assam HSLC Toppers List 2023)
![SEBA Assam HSLC Toppers List 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/1_2205newsroom_1684742804_709.jpg)
প্ৰথম স্থান-
হৃদম ঠাকুৰীয়া, শোণিতপুৰ
দ্বিতীয় স্থান-
ইছৰাত ফাৰিহা, নগাঁও
লাকী দেৱী চৌধুৰী, নলবাৰী
মনমিতা শৰ্মা, নলবাৰী
আদিত্য অনুপম কোঁৱৰ, চৰাইদেউ
তৃতীয় স্থান-
নিলোফাৰ ৰহমান, দৰং
অনিন্দিতা বৰা, গোলাঘাট
মৃগাংক ভট্টাচাৰ্য, নলবাৰী
![SEBA Assam HSLC Toppers List 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/2_2205newsroom_1684742804_281.jpg)
চতুৰ্থ স্থান-
জুবেইৰ ইছলাম, বৰপেটা
ঋতুপৰ্ণ দাস, বৰপেটা
চিনাম জাইফাবি চানু, কাছাৰ
দেবাংগ ডেকা, ডিব্ৰুগড়
স্বাতী কিৰণ গগৈ, ডিব্ৰুগড়
ৰাজীৱ পাল, লখিমপুৰ
অদিতি ভূঞা, কামৰূপ মেট্ৰ’
পঞ্চম স্থান-
কিন্নৰী দত্ত, লখিমপুৰ
সুষ্মিতা পোদ্দাৰ, নগাঁও
নীলোৎপল মণ্ডল, নগাঁও
উপকূল পৰাশৰ, কামৰূপ মেট্ৰ’
অন্তত জৈন, কামৰূপ মেট্ৰ’
![SEBA Assam HSLC Toppers List 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3_2205newsroom_1684742804_651.jpg)
ষষ্ঠ স্থান-
নিকুঞ্জ হাজৰিকা, বৰপেটা
অক্ষয় কায়াল, ডিব্ৰুগড়
ছন্দিতা দাস, কামৰূপ মেট্ৰ’
ৰিষ্মিতা মহন্ত, নলবাৰী
সঞ্জনা কৌৰ, কামৰূপ মেট্ৰ’
অন্তৰা মবাচ্ছিৰা হক খণ্ডকাৰ, কামৰূপ মেট্ৰ’
সপ্তম স্থান- প্লাবিতা দাস, বৰপেটা
পীযুষ নাথ, বৰপেটা
প্ৰতীক্ষা প্ৰিয়ম মহন্ত, গোলাঘাট
সুদৰ্শনা ভূঞা, যোৰহাট
নাছিৰুজ্জামান ফাৰুকী, কামৰূপ
নিশান্ত বৰা, নগাঁও
জোনাক কাশ্যপ, শোণিতপুৰ
![SEBA Assam HSLC Toppers List 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4_2205newsroom_1684742804_956.jpg)
অষ্টম স্থান-
নিশান্ত লহকৰ, বৰপেটা
ইপাশ্ৰী ঘোষ, বৰপেটা
ফাৰহান আচিফ আৰাবীয়া, ধুবুৰী
চাহিল ছিদ্দিকী, গোৱালপাৰা
অৰ্ণৱ জ্যোতি দাস, কামৰূপ
কুলদীপ হাজৰিকা, লখিমপুৰ
ৰাজদীপ কলিতা, নলবাৰী
সাৰংগনা ভূঞা, বিশ্বনাথ
পাৰ্থ প্ৰতিম ভূঞা, বিশ্বনাথ (৫৮৭)
জিষ্ণু বৰগোহাঁই, শিৱসাগৰ
![SEBA Assam HSLC Toppers List 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5_2205newsroom_1684742804_972.jpg)
নৱম স্থান –
ঋতজা দেৱ, কাছাৰ
দীক্ষিতা ভট্টাচাৰ্য, কাছাৰ
নাশ্বাদ ফাৰহা, দৰং
বনশ্ৰী গগৈ, ডিব্ৰুগড়
সুকন্যা দাস, কৰিমগঞ্জ
পলক জাজু, লখিমপুৰ
অংকিতা শইকীয়া, লখিমপুৰ
বিপাশা শৰ্মা, নলবাৰী
ঋষিকেশ কলিতা, নলবাৰী
অনিন্দিতা শইকীয়া, শিৱসাগৰ
বৰষ বৰষা চেতিয়া, শিৱসাগৰ
![SEBA Assam HSLC Toppers List 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6_2205newsroom_1684742804_961.jpg)
দশম স্থান–
ৰজত ঘোষ, ধেমাজি
প্ৰিনিষ্ঠা বৰা, গোলাঘাট
বিপাঞ্চী ডেকা, কামৰূপ
প্ৰজ্ঞান শৰ্মা, নলবাৰী
অচ্যুৎ বৰুৱা, শিৱসাগৰ
নীলাভ পাঠক, নুনমাটি
ঋতুৰাজ বৰকটকী, চৰাইদেউ