ETV Bharat / state

মহিলাক অশ্লীল প্ৰস্তাৱঃ সাতগাঁও থানাৰ উপ-পৰিদৰ্শকক 'ৰিজাৰ্ভ ক্ল'জদ' - harrased woman

চুটি লোৱা অৱস্থাতে উপ-পৰিদৰ্শক খণ্ডকাৰে এজাহাৰকাৰী মহিলা গৰাকীক সাক্ষ্য জবানবন্দী ল'বলৈ খণ্ডকাৰৰ পাঞ্জাবাৰীস্থিত ঘৰলৈ মাতি পঠিয়ায় ৷ তেনে সময়তে বিষয়াজনে মহিলা গৰাকীক তদন্তৰ সোধ-পোচৰ নামত অশ্লীল প্ৰস্তাৱ দিয়ে ৷

সাতগাঁও থানাৰ উপপৰিদৰ্শকক 'ৰিজাৰ্ভ ক্ল'জদ'
author img

By

Published : Jun 13, 2019, 12:14 PM IST

গুৱাহাটী, 13 জুন : গুৱাহাটীৰ সাতগাঁৱত এগৰাকীক মহিলাক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগত 'ৰিজাৰ্ভ ক্ল'জদ' হ'ল সাতগাঁও থানাৰ এগৰাকী উপ-পৰিদৰ্শক ৷ অভিযুক্ত বিষয়া গৰাকী জাকিৰ হুছেইন খণ্ডকাৰ ৷

জানিব পৰা মতে, পাঞ্জাবাৰী হিলতপ ৰোডৰ এগৰাকী মহিলাই জয়ন্ত ডেকা আৰু নিপেন ডেকা নামৰ দুজন লোকৰ বিৰুদ্ধে সাতগাঁও থানাত এজাহাৰ দাখিল কৰিছিল ৷ গোচৰতো তদন্ত কৰাৰ বাবে সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জাকিৰ হুছেইন খণ্ডকাৰক দায়িত্ব দিছিল ৷ সেইসময়তে উপ-পৰিদৰ্শক খণ্ডকাৰে চাৰি দিনৰ চুটি লয় ৷ চুটি লোৱা অৱস্থাতে উপ-পৰিদৰ্শক খণ্ডকাৰে এজাহাৰকাৰী মহিলা গৰাকীক সাক্ষ্য জবানবন্দী ল'বলৈ খণ্ডকাৰৰ পাঞ্জাবাৰীস্থিত ঘৰলৈ মাতি পঠিয়ায় ৷ তেনে সময়তে বিষয়া জনে, মহিলা গৰাকীক তদন্তৰ সোধ-পোচৰ নামত অশ্লীল প্ৰস্তাৱ দিয়ে ৷ ইয়াতে ক্ষুণ্ণ হৈ মহিলাগৰাকীয়ে বিষয়াজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰ দাখিল কৰাৰ পাচতেই মহানগৰ আৰক্ষীয়ে বিভাগীয়ভাৱে তদন্ত কৰি তৎকালীন ভাৱে বলবৎ হোৱাকৈ উপ-পৰিদৰ্শক খণ্ডকাৰক 'ৰিজাৰ্ভ ক্ল'জদ' কৰে ৷

সাতগাঁও থানাৰ উপ-পৰিদৰ্শকক 'ৰিজাৰ্ভ ক্ল'জদ'

এটা গোচৰৰ সাক্ষ্য প্ৰমাণ লিপিবদ্ধ কৰাৰ নামত এগৰাকী মহিলাক অশ্লীল প্ৰস্তাৱ দি Reserve closed হল সাতগাও থানাৰ এগৰাকী উপ পৰিদৰ্শকৰ। Reserve closed হোৱা উপ পৰিদৰ্শক জন হৈছে জাকিৰ হুছেইন খন্দকাৰ । 
ভুক্তভোগী মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে উপ পৰিদৰ্শক জাকিৰ হুছেইন খন্দকাৰক চাকৰিৰ পৰা Reserve closed কৰাৰ লগতে তেওঁক তৎকালে থানা এৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, পাঞ্জাবাৰী হিলতপ ৰোডৰ বাসিন্দা পৰি কলিতাই জয়ন্ত ডেকা আৰু নিপেন ডেকাৰ বিৰুদ্ধে সাতগাও থানাত এজাহাৰ দাখিল কৰিছিল। গোচৰতো তদন্ত কৰাৰ বাবে সাতগাও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনে জাকিৰ হুছেইন খন্দাকাৰক দায়িত্ব দিয়ে। সেই দিনাই SI খন্দাকাৰে চাৰি দিনৰ চুটি লয়। চুটি লোৱা অৱস্থাত SI খন্দকাৰে এজাহাৰকাৰী পৰী কলিতাক পাঞ্জাবাৰী স্থিত বিষয়াজনৰ ঘৰত সাক্ষ্য জবানবন্দী লবলৈ মাতি পঠিয়াই। শোধ পোচৰ নামত SI খন্দকাৰে মহিলাগৰাকীক অশ্লীল প্ৰস্তাব দিয়ে। ইয়াতে ক্ষুণ্ণ হৈ মহিলাগৰাকীয়ে SI খন্দকাৰৰ বিৰুদ্ধে
 এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পিছতেই মহানগৰ আৰক্ষীয়ে বিভাগীয় তদন্ত কৰি তৎকালে বলবধ হোৱাকৈ SI খন্দাকাৰক Reserve closed কৰে।

Lipika deka...guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.