ETV Bharat / state

সদৌ অসম শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদৰ এবছৰীয়া প্ৰতিষ্ঠা দিৱস - ETV BHARAT

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি সংবাদমেলৰ আয়োজন কৰাৰ লগতে অনুষ্ঠিত কৰা হয় এক আলোচনা চক্ৰৰ ৷ শ্বহীদ নিৰ্যাতিতা পৰিয়ালৰ দীৰ্ঘদিনীয়া সমস্যা আৰু কেইবাদফীয়া দাবী পূৰণ কৰিবলৈ আলোচনা কৰা হয় আলোচনা চক্ৰখনিত ৷

সদৌ অসম শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদৰ এবছৰীয়া প্ৰতিষ্ঠা দিৱস আয়োজন
author img

By

Published : Apr 2, 2019, 6:28 AM IST

গুৱাহাটী, 02 এপ্ৰিল: সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় সদৌ অসম শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদৰ এবছৰীয়া প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি সংবাদমেলৰ আয়োজন কৰাৰ লগতে অনুষ্ঠিত কৰা হয় এক আলোচনা চক্ৰৰ ৷ শ্বহীদ নিৰ্যাতিতা পৰিয়ালৰ দীৰ্ঘদিনীয়া সমস্যা আৰু কেইবাদফীয়া দাবী পূৰণ কৰিবলৈ আলোচনা কৰা হয় আলোচনা চক্ৰখনিত ৷ লগতে শ্বহীদ নিৰ্যাতিতা পৰিয়ালক সংস্থাপন, পৰিষদৰ বাবে আবন্টিত ভূমি বেদখলমুক্ত কৰি চমজাই দিয়া, দুই লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানকে আদি কেইবাটাও দাবী অতি শীঘ্ৰে পূৰণৰ দাবী তোলে আয়োজিত প্ৰতিষ্ঠা দিৱসত ৷

Intro:সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় সদৌ অসম শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদৰ এবছৰীয়া প্ৰতিষ্ঠা দিৱস ।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এক আলোচনা চক্ৰ আৰু এখনি সংবাদমেল ।শ্বহীদ নিৰ্যাতিতা পৰিয়ালৰ দীৰ্ঘদিনীয়া সমস্যা আৰু কেইবাটাও দাবী পূৰণ কৰিবলৈ আলোচনা কৰে ।লগতে শ্বহীদ নিৰ্যাতিতা পৰিয়ালক সংস্থাপন, পৰিষদৰ বাবে আবন্টিত ভূমি।বেদখলমুক্ত কৰি সমজাই দিয়া,দুই লাখ টকা ৰ।আৰ্থিক সাহাৰ্য প্ৰদানকে আদি কৰি সমূহ।দাবী অতি শীঘ্ৰে পূৰনৰ দাবী তোলে ।

Body:লিপিকা ডেকা ।

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.