গুৱাহাটী, 7 আগষ্টঃ
- বিজেপি নেত্ৰী তথা বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ উপ-সভাপতি বিজয় গুপ্তাৰ প্ৰতিক্ৰিয়া
- নেত্ৰী গৰাকীৰ মৃত্যুক দেশৰ বাবে এক অপুৰণীয় ক্ষতি আখ্যা বিজয় গুপ্তাৰ
- শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন উপ-সভাপতি গৰাকীৰ
- সুষমা স্বৰাজৰ মৃত্যুৰ বাবে বিজেপি দলৰ ৰাজ্যজুৰি বুধবাৰৰ সকলো কাৰ্যসূচী বাতিল কৰা বুলি উল্লেখ কৰে বিজয় গুপ্তাই