ETV Bharat / state

বিষয় এন আৰ চি : প্ৰতীক হাজেলাক প্ৰত্যাহ্বান ৰঞ্জিত দাসৰ - ৰঞ্জিত দাস

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক প্ৰত্যাহ্বান বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ৷ বিজেপিয়ে এখন নিখুত এন আৰ চি বিচাৰে । ইয়াৰ বিপৰীতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই NRC হে বিচাৰিছে ।

প্ৰতীক হাজেলাক প্ৰত্যাহবান ৰঞ্জিত দাসৰ
author img

By

Published : Jul 31, 2019, 6:01 PM IST

  • এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক প্ৰত্যাহ্বান বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ৷
  • বিজেপিয়ে এখন নিখুত এন আৰ চি বিচাৰে ।
  • ইয়াৰ বিপৰীতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই NRC হে বিচাৰিছে ।
  • যাৰ বাবে এতিয়া দুই মেৰুত অৱস্থান কৰিছে বিজেপি আৰু একাংশই ।
  • NRC ৰ পুনৰীক্ষণৰ ২৭ শতাংশ কাম ক'ত হল বুলি প্ৰশ্ন ৰঞ্জিত দাসৰ ৷
  • বিধায়ক শিলাদিত্য দেৱৰ পাছত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰঞ্জিত দাসে ৷
  • NRC ত এটাও বিদেশীৰ নাম সোমাব নালাগে আৰু এটাও স্বদেশীৰ নাম বাদ পৰাতো বিজেপিয়ে নিবিচাৰে বুলি মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীৰ ।

Intro:বিজেপিয়ে এখন নিখুত এন আৰ চি বিচাৰে ।
ইয়াৰ বিপৰীতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই NRC হে বিচাৰিছে ।
যাৰবাবে দুই মেৰুত এতিয়া বিজেপি আৰু একাংশ ।
২৭ শতাংশ কত হল NRC ৰ পুনৰীক্ষণ বুলি প্ৰশ্ন ৰঞ্জিত দাসৰ ?
Body:প্ৰতীক হাজেলাক প্ৰত্যাহবান বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ
কেতিয়া ২৭ শতাংশ নথী পৰীক্ষণৰ প্ৰকাশ কৰিছিল বিজ্ঞাপন
বিধায়ক শিলাদিত্য দেৱৰ পাছত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক টাৰ্গেট ৰঞ্জিত দাসৰConclusion:NRC ত এটাও বিদেশীৰ নাম সোমাব নালাগে আৰু এটাও স্বদেশীৰ নাম বাদ পৰাটো আমি নিবিচাৰোঁ বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.