ETV Bharat / state

সৰ্ব ভাৰতীয় অনুসূচিত জাতি-জনজাতি ৰে'ল কৰ্মচাৰী সন্থাৰ ধৰ্ণা - সৰ্ব ভাৰতীয় অনুসূচিত জাতি-জনজাতি

গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূৱ ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।  অনুসূচিত জাতি জনজাতি ৰে'ল কৰ্মচাৰীসকলে নিজৰ বিভিন্ন প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

সৰ্ব ভাৰতীয় অনুসূচিত জাতি-জনজাতি ৰে'ল কৰ্মচাৰী সন্থাৰ ধৰ্ণা
author img

By

Published : Mar 7, 2019, 4:43 PM IST

গুৱাহাটী, ৭ মাৰ্চঃ দেশৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে সৰ্ব ভাৰতীয় অনুসূচিত জাতি জনজাতি ৰে'ল কৰ্মচাৰী সন্থাই গ্ৰহণ কৰেধৰ্ণা কাৰ্যসূচী । গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূৱ ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো কৰ্মচাৰীসকলে সাব্যস্তকৰে প্ৰতিবাদ ।

সৰ্ব ভাৰতীয় অনুসূচিত জাতি-জনজাতি ৰে'ল কৰ্মচাৰী সন্থাৰ ধৰ্ণা
অনুসূচিত জাতি জনজাতি ৰে'ল কৰ্মচাৰীসকলে নিজৰ বিভিন্ন প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

ইপিনে অনুসূচিত জাতি জনজাতিৰ কৰ্মচাৰীসকলৰ সন্তানকোসংস্থাপন দিয়াৰদাবী উত্থাপন কৰে সংস্থাটোৱে । এই প্ৰতিবাদৰ পিচত উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধকৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত দুখনস্মাৰক পত্ৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ ।

Slug: A_GHY_7MAR_801_RAILWAY PROTEST_HIRUL HAQUE

দেশৰ বিভিন্ন প্ৰান্তত সৰ্ব ভাৰতীয় অনুসূচিত জাতি জনজাতি ৰেল কৰ্মচাৰী সন্থাৰ ধৰ্ণা কাৰ্যসূচী। গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূৱ ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো কৰ্মচাৰীসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। অনুসূচিত জাতি জনজাতি ৰেল কৰ্মচাৰীসকলে নিজৰ বিভিন্ন প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ সংস্থাটোৰ। তাৰোপৰি অনুসূচিত জাতি জনজাতিৰ কৰ্মচাৰীসকলৰ লৰা ছোৱালীক সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰে সংস্থাটোৱে। ইফালে এই প্ৰতিবাদৰ পিছত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.