ETV Bharat / state

বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদযাপন অসম যুৱ পৰিষদৰ - সুন্দৰৰ সাধক, সংস্কৃতিৰ পূজাৰী, কলাৰ আকৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি

আমবাৰীস্থিত অগপ কাৰ্যালয়ত সুন্দৰৰ সাধক,সংস্কৃতিৰ পূজাৰী,কলাৰ আকৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদযাপন ৷

rabha-diwas-celebration-at-agp-office-ambari
বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদযাপন অসম যুৱ পৰিষদৰ
author img

By

Published : Jun 20, 2020, 6:53 PM IST

গুৱাহাটী,20 জুনঃ সুন্দৰৰ সাধক,সংস্কৃতিৰ পূজাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সোঁৱৰণ কৰিছে ৰাজ্যবাসীয়ে । বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথিক ৰাভা দিৱস হিচাপে পালন কৰি আহিছে ৰাজ্যবাসীয়ে । কৰ'ণা মহামাৰীৰ দুৰ্যোগৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে ৰাভা দিৱস ৷

বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদযাপন অসম যুৱ পৰিষদৰ

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে আমবাৰী স্থিত অগপ কাৰ্যালয়ত উদযাপন কৰা হয় ৰাভা দিৱস। শনিবাৰে ৰাভা সংগীতেৰে জীপাল হ'ল আমবাৰীস্থিত অগপ কাৰ্যালয় ৷ ৰাভা দিৱস উপলক্ষে সুন্দৰৰ পূজাৰী গৰাকীক সোঁৱৰি মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰে যুৱ পৰিষদে ।

অসম যুৱ পৰিষদৰ সম্পাদক সুনীল ডেকাই জানিবলৈ দিয়া অনুসৰি,পূৰ্বৰে পৰা ৰাভা দিৱস উদযাপন কৰি আহিছে অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে । দলৰ সিদ্ধান্ত মৰ্মে প্ৰতিখন জিলাত অনুষ্টুপীয়াকৈ ৰাভা দিৱস উদযাপন কৰা হয় ৷ সমান্তৰালভাৱে আমবাৰীৰ অগপ কাৰ্যালয়তো পালন কৰা হয় কলাগুৰু গৰাকীৰ মৃত্যু তিথি ৷

লগতে পঢ়কঃ লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.