ETV Bharat / state

মনোনয়নৰ তথ্যত ভুলৰ কথা স্বীকাৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

author img

By

Published : Apr 5, 2019, 4:11 PM IST

অৱশেষত মুখ খুলিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই ৷ অধিবক্তাৰ ভুলৰ বাবে মনোনয়নৰ তথ্যত ভুল হোৱাৰ কথা স্বীকাৰ প্ৰাৰ্থীগৰাকীৰ

মনোনয়নৰ তথ্যত ভূলৰ কথা স্বীকাৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ
  • অধিবক্তাৰ ভুলৰ বাবে মনোনয়নৰ তথ্যত ভুল হোৱাৰ কথা স্বীকাৰ প্ৰাৰ্থীগৰাকীৰ
  • উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ বুলি মনোনয়নৰ শিক্ষাগত শিতানত উল্লেখ কৰিব নালাগিছিল বুলি স্বীকাৰ কুইন ওজাৰ
  • কিন্তু দাখিল কৰা সকলো তথ্য শুদ্ধ হোৱাৰ বাবে বাতিল নহ'ল মনোনয়ন পত্ৰ
  • পৰাজয়ৰ ভয়ত শিক্ষাগত অৰ্হতাকলৈ বিৰোধীয়ে অপ্ৰচাৰ চলোৱাৰ অভিযোগ কুইন ওজাৰ
  • বিৰোধীৰ অপ্ৰচাৰৰ বিৰুদ্ধে অধিবক্তা বিজন মহাজনৰ ক্ষোভ প্ৰকাশ
  • নিৰ্বাচনী আয়োগৰ ওচৰত বিৰোধীয়ে কোনো অভিযোগে দাখিল কৰা নাছিল বুলি মন্তব্য অধিবক্তা বিজন মহাজনৰ

 Slug : AMINGAON QUEEN OJA ABOUT EDUCATIONAL QUALIFICATION 

👉অৱশেষত মুখ খুলিলে গুৱাহাটী লোকসভা সমষ্টিৰ  বিজেপি প্ৰাৰ্থী  কুইন ওজাই

👉শিক্ষাগত অৰ্হতাকলৈ বিৰোধীয়ে  অপ্ৰচাৰ কৰাৰ অভিযোগ। 

👉মনোনয়নৰ  তথ্যত  ভুল থকাৰ কথা  স্বীকাৰ প্ৰাৰ্থী গৰাকীৰ 

👉অধিবক্তাৰ ভুলৰ বাবে মনোনয়নৰ শিক্ষাগত খিতানত ভুল হোৱা বুলি স্বীকাৰ কুইন ওজাৰ।

👉উচ্চতৰ মাধ্যমিকত উৰ্ত্তীৰ্ণ বুলি উল্লেখ কৰিব নালাগিছিল বুলি স্বীকাৰ কুইন ওজাৰ।  

👉কিন্তু দাখিল কৰা সকলো তথ্য শুদ্ধ হোৱা বাবে বাতিল নহল মনোনয়ন পত্ৰ।

👉বিৰোধীয়ে কোনো অভিযোগ দাখিলেই কৰা নাছিল নিৰ্বাচনী আয়োগৰ ওচৰত।

👉সাংবাদিকৰ প্ৰশ্নত বিৰ্বত বিজেপি প্ৰাৰ্থীগৰাকী।

👉অধিবক্তা বিজন মহাজনে বিৰোধীয়ে কৰা অপ্ৰচাৰৰ  বিৰুদ্ধে প্ৰকাশ কৰিলে ক্ষোভ।

👉বিৰোধীয়ে পৰাজয়ৰ ভয়ত আবোল তাবোল বলকিছে বুলি অভিযোগ কুইন ওজাৰ  ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.