ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিত কৰাৰ বাবেই  NSG কামাণ্ডো প্ৰত্যাহাৰ প্ৰফুল্ল মহন্তৰ !! - অগপ নেতৃত্বৰ শুভ বুদ্ধিৰ উদয় হওক

NSG কামাণ্ডো প্ৰত্যাহাৰক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিত কৰাৰ বাবেই  NSG কামাণ্ডো প্ৰত্যাহাৰ কৰা বুলি তেওঁ অভিযোগ কৰে ৷

PRAFULLA MAHANTA PRESSMEET
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল
author img

By

Published : Dec 22, 2019, 4:03 PM IST

গুৱাহাটী, 22 ডিচেম্বৰঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল সম্বোধন ৷ মহানগৰীৰ উলুবাৰীৰ হোটেল প্ৰিয়া পেলেচত সম্বোধিত সংবাদমেলত নিজৰ NSG কামাণ্ডো প্ৰত্যাহাৰক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিত কৰাৰ বাবেই NSG কামাণ্ডো প্ৰত্যাহাৰ কৰা বুলি তেওঁ অভিযোগ কৰে ৷ মহন্তই কয় যে ‘মোক হেঁচা প্ৰয়োগ কৰি লাভ নাই, ৰাইজে মোক নিৰাপত্তা দিব ৷' লগতে কয় যে, অগপৰ নেতৃত্বই NSG কামণ্ডো আঁতৰাই নিয়াৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল । আৰু কয় যে, আশা কৰিছো অগপ নেতৃত্বৰ শুভ বুদ্ধিৰ উদয় হওঁক ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মহন্তই কয় যে, বেলেগ দল খোলাৰ কথা এতিয়ালৈ চিন্তা কৰা নাই ৷ অগপ দলৰ ভাল হোৱাটো বিচাৰিছো ৷ তেওঁৰ বিৰুদ্ধে উগ্ৰপন্থীৰ লগত গোপন বুজা বুজি হোৱা বুলি অভিযোগৰ ভিত্তিত NSG প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰতো মত প্ৰকাশ কৰে ৷ তেওঁ কয় যে, উগ্ৰপন্থী নেতাৰ কাৰ কাৰ লগত (সংবাদ মাধ্যম)ৰ ফোনত কথা বতৰা হৈছে পৰীক্ষা কৰিলেই ওলাই যাব । লগতে কয় যে, ইয়াৰ লগত বৰ্তমানৰ মুখ্যমন্ত্ৰী জড়িত আছে ৷

আনহাতে দেশ তথা ৰাজ্যৰ পৰিস্থিতিক লৈ তেওঁ কয় যে, চৰকাৰে বৰ্তমানৰ দেশৰ গণতন্ত্ৰ হিটলাৰী শাসনৰ ফালে লৈ গৈ আছে ৷ ভাৰতীয় নাগৰিক সাৱধান হ’বৰ হ’ল ৷ তেওঁৰ NSG কামাণ্ডো প্ৰত্যাহাৰক লৈ ন্যায়ালয়লৈ নায়ায় বুলিও মন্তব্য কৰে ৷ লগতে এই বিষয়ে দেশৰ গৃহ বিভাগলৈ চিঠি পঠিয়াই প্ৰত্যাহাৰ কৰাৰ কাৰণৰ উত্তৰ বিচাৰিব বুলিও প্ৰফুল্ল কুমাৰ মহন্তই উল্লেখ কৰে ৷

আৰু পঢ়কঃ বিজেপিৰ আঁতচবাজীক লৈ ক্ষোভিত আছু !

Intro:উলুবাৰীৰ হোটেল প্ৰিয়া পেলেচত প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল ---
• NSG কামণ্ড কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰক লৈ মন্তব্য - মহন্তৰ ।
• অগপৰ নেতৃত্বই NSG কামণ্ড আঁতৰাই নিয়াৰ বাবে অমিত চাহক সাক্ষাৎ কৰিছিল ।
Body:• CAA ৰ বিৰোধিতা কৰাৰ বাবেই মোৰ NSG প্ৰত্যাহাৰ কৰা হৈছে ।। ৰাইজে মোক নিৰাপত্তা দিব ।। মোক হেঁচা প্ৰয়োগ কৰি লাভ নাই ।। মহন্ত ।।
• মই আশা কৰিছো অগপ নেতৃত্বৰ শুভ বুদ্ধি উদয় হওক ।। মই বেলেগ দল খোলাৰ কথা চিন্তা কৰা নাই ।। অগপ ৰ ভাল হোৱাটোহে বিচাৰিছো ।। উগ্ৰপন্থী নেতাৰ কাৰ কাৰ লগত ( সংবাদ মাধ্যম) ফোনত কথা বতৰা হৈছে পৰীক্ষা কৰিলেই ওলাই যাব ।।
• মহন্তৰ অভিযোগ

Conclusion:উগ্ৰপন্থীৰ লগত বুজা বুজি কৰি NSG security প্ৰত্যাহাৰ কৰা হৈছে ।। বৰ্তমানৰ CM ও জড়িত ।। দুদিনমান আগতে অগপৰ নেতৃত্বই অমিত শ্বাহ ক লগ পাইছিল, তাৰ পিছতেই এই সিদ্ধান্ত ।। KA বিৰোধী আন্দোলন কৰি যোৱাৰ আহ্বান ।
• গণতন্ত্ৰৰ হিটলাৰী শাসনৰ ফালে গৈ আছে ।। ভাৰতীয় নাগৰিক সাৱধান হবৰ হল ।। মহন্ত ।।
• মই আদালত লৈ নাযাওঁ ।। কিন্তু গৃহ বিভাগক চিঠি লিখিম , কি ধৰণে প্ৰত্যাহাৰ কৰা হল ।।মহন্ত ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.