ETV Bharat / state

প্ৰদূষিত পানীৰ ফলত মৃত্যু হৈছে কাছৰ - ইটিভি ভাৰত

ভক্তসকলে মন্দিৰ দৰ্শন কৰাৰ লগতে  চাবলৈ আহে ভৈৰৱী মন্দিৰৰ প্ৰাংগনত থকা ঐতিহ্যমণ্ডিত কাছ পুখুৰীটো। কিন্তু এতিয়া এই কাছ পুখুৰীটোৱেই পৰিণত হৈছে জাৱৰ জোথৰৰ স্থলীলৈ।এই লেতেৰা পানীতে পুখুৰীতে একাংশ লোকে গা ধুৱাৰ ফলত ভক্তসকলৰ স্বাস্থ্যৰ দিশটোলৈও সংশয় নামি আহিছে ৷

ETV BHARAT
author img

By

Published : Jun 26, 2019, 11:13 AM IST

Updated : Jun 26, 2019, 3:17 PM IST

গুৱাহাটী,26 জুন : অম্বুবাচীৰ সময়চোৱাত বিভিন্ন দেশ বিদেশৰ ভক্তসকলে ভিৰ কৰে মা কামাখ্যা ধামত। ভক্তসকলে মন্দিৰ দৰ্শন কৰাৰ লগতে চাবলৈ আহে ভৈৰৱী মন্দিৰৰ প্ৰাংগনত থকা ঐতিহ্যমণ্ডিত কাছ পুখুৰীটো। কিন্তু এতিয়া এই কাছ পুখুৰীটোৱেই পৰিণত হৈছে জাৱৰ জোথৰৰ স্থলীলৈ।এই লেতেৰা পানীতে একাংশ লোকে গা ধুৱাৰ ফলত ভক্তসকলৰ স্বাস্থ্যৰ দিশটোলৈও সংশয় নামি আহিছে ৷

প্ৰদূষিত পানীৰ ফলত মৃত্যু হৈছে কাছৰ

পৰিতাপৰ বিষয় এয়ে যে,বৰ্তমানলৈ মন্দিৰ পৰিচালনা সমিতি তথা প্ৰশাসনৰ চকুত পৰা এই দৃশ্য। যাৰ বাবে পুখুৰীৰ পানী প্ৰদূষিত হৈ ইতিমধ্যেই মৃত্যু হৈছে বহু কাছৰ।

পুখুৰীটোৰ এই কদৰ্যময় ৰূপ দেখি ক্ষোভ উজাৰে ভক্তসকলে। পৰ্যটন বিভাগে পৰ্যটকৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্য হাতত লৈছিল শক্তিপীঠ কামাখ্যা ধামক। কিন্তু পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই কাছ পুখুৰীলৈ দৃষ্টি পৰিবগৈনে বিভাগটোৰ

Intro:অম্বুবাচীৰ সময়চোৱাত বিভিন্ন দেশ বিদেশৰ ভক্তসকলে ভিৰ কৰে মা কামাখ্যা ধামত। ভক্তসকলে মন্দিৰ দৰ্শন কৰাৰ লগতে ভৈৰৱী মন্দিৰৰ প্ৰাংগনত থকা ঐতিহ্যমণ্ডিত কাছ পুখুৰীৰ চাবলৈ আহে। কিন্তু এতিয়া এই কাছ পুখুৰী পৰিনত হৈছে জাৱৰ জোথৰৰ স্থলীলৈ। কদৰ্যময় পৰিৱেশত আছে ঐতিহ্যমণ্ডিত কামাখ্যাৰ কামাখ্যা পুখুৰী। অতি পৰিতাপৰ বিষয় বৰ্তমানলৈ মন্দিৰ পৰিচালনা সমিতি তথা প্ৰশাসনৰ চকুত পৰা এই দৃশ্য। যাৰ বাবে পুখুৰীৰ পানী প্ৰদূষিত হৈ ইতিমধ্যেই মৃত্যু হৈছে বহু কাছৰ। ইফালে এই লেতেৰা পুখুৰীতে গা ধুৱে একাংশ লোকে। ইয়াৰ ফলতো পুখুৰীটোৰ পানী এতিয়া সম্পূৰ্ণৰূপে লেতেৰা হৈ পৰিছে। পুখুৰীটোৰ এই কদৰ্যময় ৰূপ দেখি ক্ষোভ উজাৰিলে ভক্তসকলে। অতিশীঘ্ৰে মন্দিৰ পৰিচালনা সমিতিক ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী উত্থাপন কৰিছে। ইফালে পৰ্যটন বিভাগে পৰ্যটকৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্য হাতত লৈছিল শক্তিপীঠ কামাখ্যা ধামক। কিন্তু কথাত পৰ্যটনৰ আকৰ্ষণ বুলি কয় যদিও এতিয়ালৈ কামাখ্যাৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৱে। পৰ্যটকক অধিক আকৰ্ষণ কৰিব পৰা কাছ পুখুৰী এতিয়া কদৰ্যময় পৰিৱেশলৈ পৰ্যবসিত হৈছে।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Jun 26, 2019, 3:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.