ETV Bharat / state

তিনিগৰাকী শীৰ্ষ বিষয়াৰ নেতৃত্বতে সংঘটিত হৈছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কেলেংকাৰী - PRESS MEET

হিমন্ত বিশ্ব শৰ্মাক কেৱল মাত্ৰ হাঠিয়াৰ হিচাপেহে ব্যৱহাৰ কৰি আছে বিজেপিৰ শীৰ্ষ নেতৃত্বই, এই কথা অত্যন্ত দুখজনক- সংবাদমেলত এই মন্তব্য অখিল গগৈৰ ৷ ইফালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তি কেলেংকাৰীত তিনিগৰকী পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ বিষয়া জড়িত থকাৰ অভিযোগ অখিল গগৈৰ ৷

পিএনআৰডি নিযুক্তিৰ কেলেংকাৰীকলৈ অখিল গগৈৰ সংবাদমেল
author img

By

Published : Mar 25, 2019, 9:04 PM IST

গুৱাহাটী, 25 মাৰ্চঃ সোমবাৰে দিনৰ 12 বজাতএক সংবাদমেল আয়োজন কৰে কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিটিৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় কার্যালয়ত আহ্বান কৰা হৈয় উক্ত সংবাদমেলৰ৷ সংবাদমেলখন সম্বোধন কৰে সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে।

পি এণ্ড আৰ ডি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আয়োজিত হয় এই সংবাদমেল। সংবাদমেলৰ আৰম্ভণিতে কৃষক নেতাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ বাবে টিকট নোপোৱা প্ৰসংগত মন্তব্য কৰি কয় যে, দলটোৱে হিমন্ত বিশ্ব শৰ্মাক কেৱল মাত্ৰ হাঠিয়াৰ হিচাপেহে ব্যৱহাৰ কৰি আছে, এই কথা অত্যন্ত দুখজনক৷

অখিল গগৈৰ পূৰ্ণ সংবাদমেলখন

ইফলে কৃষক নেতাগৰাকীয়ে সংবাদমেলত পঞ্চায়ত আৰু গ্ৰমোন্নয় বিভাগৰ নিযুক্তিত কেলেংকাৰী কি দৰে সংঘটিত কৰিছিল সেই সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে৷ উক্ত কেলেংকাৰীৰ লগত তিনিগৰাকী বিভাগীয় বিষয়া জড়িত হৈ থকাৰ কথা সদৰী কৰে অখিল গগৈয়ে৷ অখিল গগৈয়ে অভিযোগ উত্থাপন কৰা বিষয়া তিনি গৰাকী হৈছে বিভাগীয় অতিৰিক্ত আয়ুক্ত খগেশ্বৰ পেগু, যুটীয়া সঞ্চালক এচ এ লস্কৰ আৰু জেষ্ঠ সহায়ক বাহাৰুল ইছলাম ভূঁঞা৷ দুৰ্নীতিত জড়িত কোনো লোককে সাৰি যাব দিয়া নহ'ব বুলি হুংকাৰ দিয়ে কৃষক নেতাগৰাকীয়ে৷

পি এণ্ড আৰ ডি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল

সোমবাৰে দিনৰ ১২বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল।

কে এম এছ এছৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় কার্যালয়ত এই সংবাদমেল।

সংবাদমেল সম্বোধন কৰে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে।

পি এণ্ড আৰ ডি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এই সংবাদমেল।

সংবাদমেলত অখিল গগৈয়ে কয়-

‘পি এণ্ড আৰ ডিৰ অ’ এম আৰ শ্বীটখন অন্য মানুহৰ হাতলৈ আহিব পাৰে কেনেকৈ?’

‘ইয়াৰ অৰ্থ হ’ল এই অ’ এম আৰ শ্বীটৰ এখন ডাঙৰ বজাৰ হৈছিল।’

‘এই অ এম আৰ শ্বীট দিয়া যিবোৰে লিখিব নোৱাৰিলে, তেওঁলোকক আকৌ এই শ্বীট দি টিক মাৰ্ক মাৰিবলৈ সুযোগ দি দিয়া হৈছিল।’

‘আৰু তেনেকুৱা এখন অ এম আৰ শ্বীট আজি আমাৰ হাতত আহি পৰিছেহি।’

‘এজন কেণ্ডিডেটৰ হাতত অ এম আৰ শ্বীট এক্সট্ৰাকৈ থাকিব যাব নোৱাৰে।’

‘কোনো পৰীক্ষাৰ্থীয়ে এনেকুৱা উত্তৰবহী কেতিয়াও লৈ যাব নোৱাৰে।’

‘পি এন আৰ ডি পৰীক্ষা পৰিচালনাৰ বাবে যিসকলে প্ৰথমে আহ্বান কৰিছিলে, তেওঁলোকে আমাক জনাইছে যে পি এন আৰ ডিৰ পৰীক্ষাৰ্থীক অ এম আৰ শ্বীটৰ লগত এখন কাৰ্বন কপী দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিলে।’

‘যাতে পৰীক্ষাৰ্থীৰ উত্তৰবহীত কোনোবাই কিবা ভুল কৰিলে তেওঁ সেই কাৰ্বনকপীৰ জৰিয়তে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰে তেওঁৰ হাতত এখন প্ৰমাণ থাকি যায়।’

‘মই জনা মতে, পি এন আৰ ডি মন্ত্ৰী নৱ কুমাৰ দলেয়ে উত্তৰবহীৰ পিছফালে কোনো কাৰ্বন কপী দিব নালাগে বুলি নিৰ্দেশ প্ৰদান কৰিছিল।’

SLUG: 
A_GHY_801_25MARCH_AKHIL_ON_P&RD_VIS+BITE_S_KHAN

FEED : FTP 
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.