ETV Bharat / state

ই-পাছৰ বাবে কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ত ভিৰ - কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়

অহা 25, 26 আৰু 27 এপ্ৰিল তাৰিখে ৰাজ্যৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলে নিজ নিজ ক্ষেত্ৰলৈ ঘূৰি যাব পাৰিব ৷ এই সুবিধা এবাৰেই প্ৰযোজ্য হ'ব ৷

people-rush-for-e-pass-in-ghy
লকডাউনঃ ই-পাছৰ বাবে কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্য্যালয়ত ভিৰ
author img

By

Published : Apr 23, 2020, 7:43 PM IST

গুৱাহাটী, 23 এপ্ৰিল : চৰকাৰে ই-পাছ সন্দৰ্ভত বুধবাৰে এক জাননী প্ৰদান কৰাৰ পিছতে বৃহস্পতিবাৰে কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুৱাৰে পৰা এক দীঘলীয়া শাৰী দেখা যায় ৷ অহা 25,26 আৰু 27 এপ্ৰিল তাৰিখে ৰাজ্যবাসীৰ সুবিধাৰ্থে চৰকাৰে লক ডাউন শিথিল কৰিছে । উক্ত দিন কেইটাত বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলক নিজ নিজ ক্ষেত্ৰলৈ ঘূৰি যাবলৈ এক সুবিধা প্ৰদান কৰিছে আৰু ইয়াৰ পিছতে বৃহস্পতিবাৰে ই-পাছৰ বাবে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয় কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ত ।

লকডাউনঃ ই-পাছৰ বাবে কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্য্যালয়ত ভিৰ

কেৱল ৰাজ্যৰ নহয় বহিঃৰাজ্যৰ বহু লোক এমাহৰ পূৰ্বৰ পৰা আবদ্ধ হৈ আছে মহানগৰীৰ বিভিন্ন স্থানত। আবদ্ধ হৈ থকা লোকৰ লগতে ব্যৱসায়ীয়ে সকলেও অনুজ্ঞাপত্ৰ সন্দৰ্ভত কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :অসমত পুনৰ এজন ব্যক্তি কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.