ETV Bharat / state

লোকে লোকাৰণ্য পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজামণ্ডপ

author img

By

Published : Oct 7, 2019, 11:10 PM IST

নৱমীৰ সন্ধ্য লোকে লোকাৰণ্য হৈ পৰিল মহানগৰীৰ পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজাস্থলী ৷ অগণন লোকৰ সমাৱেশ পাণ্ডু ৰেষ্টকেম্প কালীবাৰীৰ পূজা মণ্ডপত ৷

লোকে লোকাৰণ্য পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজাস্থলী

গুৱাহাটী, 7 অক্টোবৰঃ সমগ্ৰ ৰাজ্যজুৰি দুৰ্গা পূজাৰ পাৰভঙা উচাহ পৰিলক্ষিত হৈছে ৷ নৱমীৰ সন্ধ্য লোকে লোকাৰণ্য হৈ পৰিল মহানগৰীৰ পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজাস্থলী ৷ অগণন লোকৰ সমাৱেশ পাণ্ডু ৰেষ্টকেম্প কালীবাৰীৰ পূজা মণ্ডপত ৷ দিল্লীৰ অক্ষৰধাম মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মান কৰা হৈছে পাণ্ডু ৰেষ্টকেম্প কালীবাৰীত ৷

Intro:আজি মহা নৱমী।

পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজাস্থলীত বিৰ দি বাট নোপোৱা অৱস্থা।

Body:মালিগাঁৱত পৰা হিৰুল হকৰ এক প্ৰতিবেদন।

Conclusion:HIRUL HAQUE I GUWAHATI

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.