ETV Bharat / state

উত্তৰ-পূৱৰ বজাৰত উপলব্ধ অপ’ৰ 5G ফোন এফ19 প্ৰ' - অপ’

জিএছ ৰোডৰ চিটী চেণ্টাৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় স্মাৰ্টফোন অপ’ৰ এফ19 প্ৰ’ প্লাছ আৰু এফ19 প্ৰ’ ৷ মডেল দুটা মুকলি কৰে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে ৷

ppo-f19-pro-5g-mobile-lunch
অপ’ৰ 5G ফোন এফ19 প্ৰ' মুকলি
author img

By

Published : Mar 18, 2021, 9:54 PM IST

গুৱাহাটী,18 মাৰ্চ : গুৱাহাটী মহানগৰীৰ জিএছ ৰোডৰ চিটী চেণ্টাৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় স্মাৰ্টফোন অপ’ৰ এফ19 প্ৰ’ প্লাছ আৰু এফ19 প্ৰ’ মডেল দুটা ৷ এই মডেল দুটা মুকলি কৰে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে ৷

স্মার্টফোন মুকলি অনুষ্ঠানত উপস্থিত থাকে অপ’ৰ স্বত্বাধিকাৰী বিক্ৰী প্ৰৱন্ধক আনিছুজ জামান আৰু শ্ব’ৰুমটোৰ এল এফ আৰৰ মুৰব্বী চন্দীপ চৌধুৰীয়ে । এই সন্দৰ্ভত অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে কয় যে, অপ’ এফ19 প্ৰ’ প্লাছ আৰু এফ19 প্ৰ’ স্মার্টফোনত সংযোজন কৰা হৈছে ন ন ফিচাৰ । একেদৰে, এফ19 প্ৰ’ত আছে 5 G ৰ সুবিধাৰ আৰু হাইলাইট পটৰেইট ভিডিঅ’, 50 ৱাৰ্ডৰ ফ্লাছ চার্জ ।

ppo-f19-pro-5g-mobile-lunch
অপ’ৰ 5G ফোন এফ19 প্ৰ' মুকলি

ইয়াৰোপৰি মাণ্ডলিক বিক্ৰী প্ৰৱন্ধক আনিছুজ জামানে জনোৱা মতে, এই স্মাৰ্টফোনটোৱে সকলাৰে আশা পূৰণ কৰিব । যুৱক-যুৱতীয়ে দ্ৰুত গতিত ইন্টাৰনেট সেৱা গ্ৰহণ কৰিব পাৰিব । ইয়াৰ বেটাৰীৰ ক্ষমতাও অধিক । মাত্ৰ 44 মিনিটত 100 শতাংশ চার্জ সম্পূর্ণ কৰিব পাৰিব ।

বিপনীখনিৰ এল এফ আৰ মুৰব্বী চন্দীপ চৌধুৰীয়ে কয় যে, অপ’ এফ19 প্ৰ’ৰ জৰিয়তে উন্নতমানৰ ভিডিঅ’গ্ৰাফী কৰাৰ সুবিধা আছে ।

লগতে পঢ়ক : গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল, কোনে দাখিল কৰিলে মনোনয়ন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.