ETV Bharat / state

ভূপেন দাক স্মৰণ কৰি জালুকবাৰীত উপস্থিত শিল্পী নীলপৱন বৰুৱা - ভূপেন দাক স্মৰণ কৰি জালুকবাৰী উপস্থিত শিল্পী নীলপৱন বৰুৱা

ভূপেন দা বিহীন আজি আঠটা বৰ্ষ পাৰ হ'ল । কিন্তু প্ৰতিজন অসমীয়াৰ মনত আজিও জীয়াই আছে সুধাকণ্ঠ ভূপেন হাজৰিকা । মানৱতা তথা সমন্বয়ৰ গীত গাই যোৱা শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ভীৰ কৰিলে অগণন গুণমুগদ্ধই ।

ভূপেন দাক স্মৰণ
author img

By

Published : Nov 6, 2019, 1:11 AM IST

গুৱাহাটী, 5 নৱেম্বৰঃ ভূপেন দাক স্মৰণ কৰিবলৈ শাৰিৰীক অসুস্থতায়ো বাধা দিব নোৱাৰিলে শিল্পী নীলপৱন বৰুৱাক ৷ বুধবাৰে ৰাজ্যজুৰি সোঁৱৰণ কৰা হয় বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাক। ভূপেন দা বিহীন আজি আঠটা বৰ্ষ পাৰ হ'ল । কিন্তু প্ৰতিজন অসমীয়াৰ মনত আজিও জীয়াই আছে সুধাকণ্ঠ ভূপেন হাজৰিকা । মানৱতা তথা সমন্বয়ৰ গীত গাই যোৱা শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ভীৰ কৰিলে অগণন গুণমুগদ্ধই ।

জালুকবাৰীত উপস্থিত শিল্পী নীলপৱন বৰুৱা

ইয়াৰ মাজতে সমাধিক্ষেত্ৰলৈ আহি সুধাকণ্ঠক স্মৰণ কৰে শিল্পী নীলপৱন বৰুৱাই । ৰুগীয়া দেহা স্বত্বেও সমাধিক্ষেত্ৰলৈ আহে ৰং তুলিকাৰে নিজৰ জীৱন পাৰ কৰা বিশিষ্ট শিল্পীগৰাকী । শাৰিৰীক অসুস্থতা স্বত্বেও ভূপেন দাৰ মৃত্যু বাৰ্ষিকীত সহস্ৰজনৰ স'তে ভূপেন দাক সোঁৱৰিলে শিল্পীগৰাকীয়ে ।

Intro:আজি ৰাজ্যজুৰি সোৱৰণ কৰা হয় বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাক। ভূপেন দা বিহীন আজি আঠটা বৰ্ষ পাৰ হ'ল। কিন্তু প্ৰতিজন অসমীয়াৰ মনত আজিও জীয়াই আছে সুধাকণ্ঠ ভূপেন হাজৰিকা। মানৱতা তথা সমন্বয়ৰ গীত গাই যোৱা শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ভিৰ কৰিল বিভিন্নজনে। ইয়াৰ মাজতে সমাধিক্ষেত্ৰলৈ আহি সুধাকণ্ঠক স্মৰণ কৰে শিল্পী নীলপৱন বৰুৱাই। Body:ৰুগীয়া দেহা স্বত্বেও সমাধিক্ষেত্ৰলৈ আহে ৰং তুলিকাৰে নিজৰ জীৱন পাৰ কৰা বিশিষ্ট শিল্পীগৰাকী। ভূপেন দাৰ মৃত্যু বাৰ্ষিকীত প্ৰতিজন অসমীয়াই সোৱৰণ কৰা দেখি শাৰিৰীক অসুস্থতাৰ স্বত্বেও নিজকে ধৰি ৰাখিব নোৱাৰিলে। এয়াই হয়টো ভূপেন দাৰ প্ৰতি থকা প্ৰতিজন অসমীয়াৰ মৰম। Conclusion:Hirul Haque
Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.