ETV Bharat / state

আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰে'ল বিভাগৰ

সোমবাৰৰ পৰা গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰে'লখনত এটা এ চি 3 টায়াৰ ডবা সংযোজন কৰা হ'ব ৷ লগতে নিউ বঙাইগাঁও-গুৱাহাটী, ৰঙাপৰা-ৰঙিয়া, আগৰতলা-ধৰ্মনগৰ, আগৰতলা-গাৰ্জিৰ মাজত চলাচল কৰা মুঠ ৮খন ৰে'লত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা ।

author img

By

Published : May 5, 2019, 10:57 PM IST

ৰেলৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ

গুৱাহাটী, 5 মে’: যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ পদক্ষেপ । ৰে'লৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে অতিৰিক্ত ডবা সংযোজনৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে । সোমবাৰৰ পৰা গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰে'লখনত এটা এ চি 3 টায়াৰ ডবা সংযোজন কৰা হ'ব ৷ লগতে নিউ বঙাইগাঁও-গুৱাহাটী, ৰঙাপৰা-ৰঙিয়া, আগৰতলা-ধৰ্মনগৰ, আগৰতলা-গাৰ্জিৰ মাজত চলাচল কৰা মুঠ ৮খন ৰে'লত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা ।

লগতে পঢ়ক: নিৰ্বাচনৰ নিৰাপত্তাথলীতে সতীৰ্থৰ গুলীত নিহত আৰক্ষী উপ পৰিদৰ্শক ভোলানাথ দাসৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

আসনৰ অভাৱত যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সমাধান কৰাৰ বাবেই ৰে'ল বিভাগে গ্ৰহণ কৰিছে এই সিন্ধান্ত । ইফালে বহুকেইখন ৰেলগাড়ী উন্নত মানৰ কৰাৰ বাবে পদক্ষেপ হাতত লোৱাৰ কথা জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই ।

Intro:যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিশেষ পদক্ষেপ। ৰেলৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে অতিৰিক্ত কোচ সংযোজনৰ ব্যৱস্থা কৰিছে ৰেল বিভাগে। এই অনুসৰি কাইলৈ পৰা গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেলখনত ১টা এ চি ৩টায়াৰ কোচ সংযোজনৰ কৰা হ'ব। তাৰোপৰি নিউ বঙাইগাঁও-গুৱাহাটী, ৰঙাপাৰা-ৰঙিয়া, আগৰতলা-ধৰ্মনগৰ, আগৰতলা-গাৰ্জিৰ মাজত চলাচল কৰা মুঠ ৮খন ৰেলত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা। যিহেতু উৱেটিঙৰ বাবে যাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। Body:এই সমস্যা সমাধান কৰাৰ বাবেই ৰেল বিভাগে গ্ৰহণ কৰিছে এই সিন্ধান্ত। ইফালে বহুকেইখন ট্ৰেইন উন্নতমানৰ কৰাৰ বাবে পদক্ষেপ হাতত লোৱাৰ কথা জানিবলৈ দিয়ে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই।Conclusion:Hirul Haque...guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.