ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ৰাষ্ট্ৰীয় নেতাৰ শোক প্ৰকাশ

author img

By

Published : Nov 23, 2020, 10:45 PM IST

জেষ্ঠ কংগ্ৰেছ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ নিশ্বাস ত্যাগ ৷ ৰাজ্যৰ অসংখ্য গুণমুগ্ধৰ তথা নেতাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা সকলৰো গভীৰ শোক প্ৰকাশ ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যত ৰাষ্ট্ৰীয় নেতাৰ শোক প্ৰকাশ

নিউজ ডেস্ক, 23 নৱেম্বৰ: দীৰ্ঘদিনৰ পৰা মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বৰ্ষীয়ান কংগ্ৰেছী নেতা তৰুণ গগৈয়ে ৷ সোমবাৰে বিয়লি 5:34 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ বৰ্ষীয়ান নেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰাত সকলোৱেই শোক প্ৰকাশ কৰিছে ৷ ৰাজ্যৰ অসংখ্য গুণমুগ্ধৰ লগতে প্ৰায় সকল ৰাষ্ট্ৰীয় নেতাই বৰ্ষীয়ান নেতা গৰাকীৰ মৃত্যত শোক প্ৰকাশ কৰিছে ৷

টুইটাৰযোগে অসমীয়াতে শোক প্ৰকাশ কৰি ৰাষ্ট্ৰপতি ৰামনাথে কোৱিন্দে দেশে এগৰাকী দক্ষ ৰাজনৈতিক আৰু প্ৰশাসনীয় অভিজ্ঞতাসম্পন্ন নেতাক হেৰুৱালে বুলি মন্তব্য কৰে ৷ টুইটাৰ যোগে তেওঁ এইবুলি লিখি শোক প্ৰকাশ কৰে

  • অসমৰ উন্নয়নৰ বাবে, বিশেষকৈ ৰাজ্যখনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আৰু আইন শৃংখলাৰ উন্নতিৰ হকে কৰা কামৰ বাবে তেওঁ চিৰদিন স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল। এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়াল, বন্ধু আৰু সমৰ্থকসকললৈ সমবেদনা যাচিছোঁ।

    — President of India (@rashtrapatibhvn) November 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙেও গগৈৰ ব্যক্তিত্বৰ কথা সোঁৱৰণ কৰে ৷ টুইটাৰ যোগে তেওঁ এইবুলি কয়

  • I shared very warm and personal relations with him, inspite of coming from different political parties. He was known for his friendships cutting across party lines. He made a mark as an effective administrator. My tributes to Shri Tarun Gogoi ji.

    — Rajnath Singh (@rajnathsingh) November 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰয়াত গগৈৰ জনপ্ৰিয়তা আৰু শাসন প্ৰক্ৰিয়াক লৈ নিজৰ অনুভৱ ব্যক্ত কৰে ৷

  • Shri Tarun Gogoi Ji was a popular leader and a veteran administrator, who had years of political experience in Assam as well as the Centre. Anguished by his passing away. My thoughts are with his family and supporters in this hour of sadness. Om Shanti. pic.twitter.com/H6F6RGYyT4

    — Narendra Modi (@narendramodi) November 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসমীয়াতে শোক প্ৰকাশ কৰি গগৈৰ পৰিয়লবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷ টুইটাৰযোগে তেওঁ এইবুলি লিখি নিজৰ অনুভৱ ব্যক্ত কৰে

  • অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিশিষ্ট ৰাজনীতিক তৰুণ গগৈ ডাঙৰীয়াৰ বিয়োগৰ খবৰ পাই মৰ্মাহত হৈছোঁ। এই শোকস্তব্ধ মুহূৰ্তত তেখেতৰ পৰিয়ালবৰ্গক ভগৱানে শক্তি প্ৰদান কৰক। তেখেতৰ পৰিয়াল তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি শান্তি শান্তি

    — Amit Shah (@AmitShah) November 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰয়াত গগৈক এগৰাকী সঁচা কংগ্ৰেছ নেতা বুলি আখ্যা দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও টুইটাৰযোগে নিজৰ শোক ব্যক্ত কৰে ৷ তেওঁ কয় ,

  • Shri Tarun Gogoi was a true Congress leader. He devoted his life to bringing all the people and communities of Assam together.

    For me, he was a great and wise teacher. I loved and respected him deeply.

    I will miss him. My love and condolences to Gaurav & the family. pic.twitter.com/jTMfSyAJ6J

    — Rahul Gandhi (@RahulGandhi) November 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰয়াত গগৈৰ পুত্ৰ গৌৰৱ গগৈক সমবেদনা জ্ঞাপন কৰি প্ৰিয়ংকা গান্ধীয়ে টুইটাৰযোগে নিজৰ অনুভৱ ব্যক্ত কৰি এইবুলি কয়

  • #TarunGogoi जी असम की लोकप्रिय एवं सर्वमान्य आवाज थे। एक कर्मठ कांग्रेसी नेता जिन्होंने अपना पूरा जीवन असम के लोगों की सेवा और सबके बीच प्रेमभाव स्थापित करने में न्योछावर कर दिया।

    विनम्र श्रद्धांजलि। @GauravGogoiAsm एवं उनके परिवार के प्रति मेरी संवेदनाएं।

    — Priyanka Gandhi Vadra (@priyankagandhi) November 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.