নগাওঁ, 11 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বুধবাৰে উত্তপ্ত হৈ পৰিল নগাওঁ চহৰ। প্ৰতিবাদকাৰীয়ে উলিওৱা সমদলৰ বাবে এক প্ৰকাৰৰ স্তব্ধ হৈ পৰে জিলাখনৰ জন-জীৱন ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাওঁ জিলা ছাত্ৰ সন্থা, নগাওঁ ছাত্ৰ সমাজৰ উদ্যোগত উলিওৱা সমদলত চৰকাৰ আৰু কেব বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ।
কেব বিৰোধী প্ৰতিবাদত উত্তপ্ত নগাওঁ - Nagaon AASU protest against CAB
প্ৰতিবাদী সমদলৰ বাবে এক প্ৰকাৰে স্তব্ধ হৈ পৰিল জিলাখনৰ জন-জীৱন ৷
কেব বিৰোধী প্ৰতিবাদ
নগাওঁ, 11 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বুধবাৰে উত্তপ্ত হৈ পৰিল নগাওঁ চহৰ। প্ৰতিবাদকাৰীয়ে উলিওৱা সমদলৰ বাবে এক প্ৰকাৰৰ স্তব্ধ হৈ পৰে জিলাখনৰ জন-জীৱন ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাওঁ জিলা ছাত্ৰ সন্থা, নগাওঁ ছাত্ৰ সমাজৰ উদ্যোগত উলিওৱা সমদলত চৰকাৰ আৰু কেব বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ।
Intro:কেব বিৰোধী প্ৰতিবাদত সন্ধিয়া পৰ্য্যন্ত উত্তপ্ত নগাওঁ।
Body:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বুধবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা প্ৰতিবাদত সন্ধিয়া পৰ্য্যন্ত উত্তপ্ত নগাওঁ চহৰ। একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে সমগ্ৰ নগাওঁ। বন্ধ হৈ পৰিছে সমগ্ৰ চহৰৰ ব্যৱসায় প্ৰতিষ্ঠান। কেবাসহস্ৰাধিক লোকৰ অংশগ্ৰহণত বিশাল প্ৰতিবাদী সমদল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাওঁ জিলা ছাত্ৰ সন্থা, নগাওঁ ছাত্ৰ সমাজৰ উদ্যোগত উলিওৱা সমদলত চৰকাৰ আৰু কেব বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ।
dl
Conclusion: