ETV Bharat / state

আফ্ৰিকাৰ শৃংগ আৰোহণ কৰি স্বগৃহত 2 অসমীয়া পৰ্বতাৰোহী

author img

By

Published : Jun 4, 2019, 7:57 PM IST

বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগত ২০ ডিগ্ৰী চেলচিয়াছৰ প্ৰতিকূল বতৰ, তুষাৰপাতৰ বাধাকো নেওচি দুই অসম সন্তানে কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত উপস্থিত হৈ উৰুৱাইছিল অসমৰ গামোচা ৷

গুৱাহাটীত উপস্থিত হ’ল বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগোৱা দুই পৰ্বতাৰোহী

গুৱাহাটী, 4 জুনঃ বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগাই মঙলবাৰে গুৱাহাটীত উপস্থিত হ'ল দুই পৰ্বতাৰোহী চন্দন দাস আৰু শশী প্ৰকাশ ৰায় । আফ্ৰিকাৰ মাউন্ট কিলিমানজাৰোত অসমৰ দুই পৰ্বতাৰোহীয়ে উৰুৱাইছিল বিজয়ধ্বজা । উত্তৰ গুৱাহাটীৰ দুই পৰ্বতাৰোহী চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে প্ৰায় ৬ হাজাৰ মিটাৰ উচ্চতা আৰু ২০ হাজাৰ ফুট উচ্চতাত অসমীয়াৰ স্বাভিমান গোমাচা উৰুৱাবলৈ সক্ষম হৈছিল ৷

গুৱাহাটীত উপস্থিত হ’ল বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগোৱা দুই পৰ্বতাৰোহী

মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোক তথা শুভকাংক্ষীসকলে উষ্ম আদৰণি জনায় দুয়োগৰাকী অসম সন্তানক । উল্লেখ্য যে বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগত ২০ ডিগ্ৰী চেলচিয়াছৰ প্ৰতিকূল বতৰ, তুষাৰপাতৰ বাধাকো নেওচি দুই অসম সন্তানে কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত উপস্থিত হৈ উৰুৱাইছিল অসমৰ গামোচা ৷

Slug:-As_Kam_4june_mounter_at_airport_801-802_vis+bite+photo_as10020

বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগাই গুৱাহাটীত উপস্থিত হ'ল আৰোহি চন্দন দাস আৰু শশী প্ৰকাশ ৰায় ।

Vo..বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগাই গুৱাহাটীত উপস্থিত হ'ল আৰোহি চন্দন দাস আৰু শশী প্ৰকাশ ৰায় । আফ্ৰিকাৰ মাউন্ট কিলিমানজাৰোত অসমৰ পৰ্বত আৰোহিয়ে উৰুৱাইছিল বিজয়ধ্বজা । উত্তৰ গুৱাহাটীৰ দুই পৰ্বত আৰোহি চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে প্ৰায় ৬ হাজাৰ মিটাৰ উচ্চতা আৰু ২০ হাজাৰ ফুট উচ্চতাৰ এই শৃংগ বগাই অসমলৈ গৌৰৱ কঢ়িয়াই আনি আজি উপস্থিত হ'ল গুৱাহাটীত । মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰৰ বিমানযোগে উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোক তথা শুভকাংশীসকলে উষ্ম আদৰণী জনায় দুয়োগৰাকী অসমসন্তানক । উল্লেখ্য যে বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগত -২০ ডিগ্ৰী চেলচিয়াছৰো তলত আছিল আৰু এই প্ৰতিকূল বতৰৰ তুষাৰ পাত বাধাকো নেওচি দুই অসম সন্তান কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত উপস্থিত হৈ উৰুৱালে অসমৰ গামোছা  ৷ এই সাফল্যত সুখী দুয়োগৰাকী অসম সন্তান ক'লে আৰোহনৰ কথা ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.