ETV Bharat / state

কামাখ্যা ৰেল ষ্টেচনত আটক দুৰ্ধৰ্ষ অপৰাধী - GRP

ৰেল আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰে বিমল দত্ত নামৰ এগৰাকী অপৰাধীক

কামাখ্যা ৰেল ষ্টেচনত আটক দুৰ্ধৰ্ষ অপৰাধী
author img

By

Published : May 9, 2019, 5:07 PM IST

গুৱাহাটী, 9 মেঃ মহানগৰীত ৰেল আৰক্ষীৰ বিশেষ সফলতা ৷ গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে ৰেল আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এটা দুৰ্ধৰ্ষ চোৰক ৷

কামাখ্যা ৰেল ষ্টেচনত আটক দুৰ্ধৰ্ষ অপৰাধী

মহানগৰীৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুলীয়াজানৰ বিমল দত্ত নামৰ চোৰটোক ৷ ৰেলত যাত্ৰীক নিচাযুক্ত দ্ৰব্য খুৱাই লুটপাত কৰে চোৰটোৱে ৷ কামাখ্যা ষ্টেচনৰ পৰা ৰেল আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে লোকজনৰ পৰা এটা মোবাইল ফোন আৰু নিচাযুক্ত দ্ৰব্য জব্দ কৰে ৷ ৰেল আৰক্ষীৰ জেৰাত উক্ত মোবাইলটো কোনোবা হৰি ভক্ত নামৰ এগৰাকী লোকৰ বুলি প্ৰকাশ কৰে চোৰটোৱে ৷ ইতিমধ্যে ৰেল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে বিমল দত্তক ৷

Intro:মহানগৰীৰ কামাখ্যা ৰেল ষ্টেচনত আটক এটা দুৰ্ধৰ্ষ অপৰাধী। ৰেলত যাত্ৰীক নিচাযুক্ত দ্ৰব্য খুৱাই লুটপাত কৰে এইটো চোৰে। এক গোপন সুত্ৰৰ পম খেদি ৰেল আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুলীয়াজানৰ বিমল দত্ত। প্লেটফৰ্মত সন্দেহজনকভাৱে ঘুৰি থকা বাবে প্ৰথমে তালাচী চলাই লোকজনক। লোকজনৰ পৰা উদ্ধাৰ কৰে নিচাযুক্ত দ্ৰব্যসহ এটা মোবাইল ফোন। মোবাইল ফোনটো নিজৰ বুলি কৈছিল যদিও পিছত আৰক্ষীৰ তদন্তত মোবাইল ফোনটো চুৰি বুলি ধৰা পৰে।Body:হৰি ভক্ত নামৰ এজন লোকক নিচাযুক্ত দ্ৰব্য খুৱাই মোবাইল ফোনটো চুৰি কৰিছিল এই দুৰ্ধৰ্ষ অপৰাধীটোৱে। ইতিমধ্যেই ৰেল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে দুৰ্ধৰ্ষ অপৰাধী বিমল দত্তক। পূৰ্বেও বিভিন্ন অপৰাধত জেলৰ ভাত খাইছিল এইজন অপৰাধীয়ে।Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.