ETV Bharat / state

কাহিলীপাৰাত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ - mid day meal worker protest at kahilipara

মঙলবাৰে কাহিলিপৰাস্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ সমীপত শ শ ৰান্ধনী কৰ্মীয়ে চৰকাৰ তথা শিক্ষা বিভাগৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অসমত মধ্যাহ্ন ভোজনৰ ৰন্ধন দায়িত্ব এন জি অ সমূহক দিয়া বন্ধ কৰিব লাগে, আঁচনিত নিয়োজিত ৰান্ধনী কৰ্মীৰ মজুৰি 1000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ আঁচনিত নিয়োজিত ৰান্ধনি কৰ্মীৰ মাহিলী ছুটীৰ দিন পাঁচ দিনলৈ ধাৰ্য কৰা এই তিনিটা দাবী উত্থাপন কৰে ৷

কাহিলীপাৰাত সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ
author img

By

Published : Oct 23, 2019, 11:30 AM IST

কাহিলিপাৰা, 23 অক্টোবৰঃ কাহিলীপাৰাত সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ ৷ মঙলবাৰে কাহিলিপৰাস্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ সমীপত শ শ ৰান্ধনী কৰ্মীয়ে চৰকাৰ তথা শিক্ষা বিভাগৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, অসমৰ প্ৰাথমিক বিদ্যালয় সমূহত অতি নিম্ন পাৰিশ্ৰমিকত এক লাখ সোতৰ হাজাৰ ৰান্ধনী সহায়িকা কৰ্মীয়ে কাম কৰি আছে ৷ বহুবাৰ প্ৰতিবাদ আৰু চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্ততো চৰকাৰে সহায়িকা ৰান্ধনীৰ পাৰিশ্ৰমিক বৃদ্ধি কৰা নাই ৷

মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৰান্ধনী সহায়িকা সকলে চৰকাৰৰ ওচৰত তিনিটা দাবী উত্থাপন কৰে ৷ সেই দাবী তিনিটা হ’ল অসমত মধ্যাহ্ন ভোজনৰ ৰন্ধন দায়িত্ব এন জি অ সমূহক দিয়া বন্ধ কৰিব লাগে, আঁচনিত নিয়োজিত ৰান্ধনী কৰ্মীৰ মজুৰি 1000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ আঁচনিত নিয়োজিত ৰান্ধনি কৰ্মীৰ মাহিলী ছুটীৰ দিন পাঁচ দিনলৈ ধাৰ্য কৰা ৷ এই সমূহ দাবী লৈ কৰ্মী সকলে হাতে হাতে বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান নকৰিলে ভৱিষ্যতে জংগী আন্দোলৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

Intro:সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ। শ শ ৰান্ধনী কৰ্মীয়ে চৰকাৰ তথা শিক্ষা বিভাগৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে কাহিলিপৰাস্থিত অসম সৰ্বশিক্ষা অভিযান মিছন ৰ সমীপত। অসমৰ প্ৰাথমিক বিদ্যালয় সমূহত এক লাখ সোতৰ হাজাৰ ৰান্ধনী সহায়িকা কৰ্মীয়ে কাম কৰি আছে মাত্ৰ এক হাজাৰ টকাৰ বিনিময়ত। বহুবাৰ প্ৰতিবাদ আৰু চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্ততো চৰকাৰে সহায়িকা ৰান্ধনীৰ পাৰিশ্ৰমিক বৃদ্ধি কৰা নাই। নিজৰ প্ৰাপ্যৰ পৰা বহু বছৰ ধৰি বঞ্চিত হৈ থকা এইসকল ৰান্ধনী কৰ্মীয়ে এতিয়া এনেদৰে প্ৰতিবাদত নামি পৰিছে।

Body:1 লাখ 17 হাজাৰ ৰান্ধনি সহায়িকা সকলৰ দাবী-
1.অসমত মধ্যাহ্ন ভোজনৰ ৰন্ধন দায়িত্ব এন জি অ সমূহক দিয়া বন্ধ কৰিব লাগে।
2 . আঁচনি নিয়োজিত ৰান্ধনি কৰ্মীৰ মজুৰি 1000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰিব লাগে ।
3. মধ্যাহ্ন ভোজনৰ আঁচনিত নিয়োজিত ৰান্ধনি কৰ্মীৰ মাহিলী পাঁচ দিন ছুটী দিন ধাৰ্য কৰিব লাগে।
এই সমূহ দাবী লৈ কৰ্মী সকলে হাতে হাতে বেনাৰ লৈ প্ৰতিবাদৰ বাবে ওলাই আহিছে ।

Conclusion:তেওঁলোকৰ দাবী সমূহ যদি মানি নলয় তেন্তে বিগত সময়ত জংগী আন্দোলৰ হুংকাৰ দিয়াৰ লগতে চৰকাৰে বিষয় টোত গুৰুত্ব প্রদান নকৰিলে 1 লাখ 17 হাজাৰ কৰ্মী একেলগে ওলাই অহাৰ কথা জানিবলৈ দিলে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.