ETV Bharat / state

24 ঘণ্টাত অসম তথা উত্তৰ পূৱত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

author img

By

Published : Sep 24, 2019, 11:58 PM IST

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত ৰাজ্যৰ সামগ্ৰিক বতৰৰ পৰিৱৰ্তনৰ ওপৰত ইটিভি ভাৰতৰ এক প্ৰতিবেদন

উত্তপ্ত গৰমৰ পৰা মহানগৰবাসীক শাত কৰিবলৈ আহি আছে বৰষুণ

গুৱাহাটী, 24 ছেপ্টেম্বৰ : ৰাজ্যৰ কিছু কিছু ঠাইৰ লগতে মহানগৰীত বিগত দুদিনৰ পৰা বৰষুণ দি আছে । এই বৰষুণে উত্তপ্ত গৰমৰ মাজত থকা গুৱাহাটী চহৰখনলৈ কিছু পৰিমাণে হ'লেও নমাই আনিছে শীত । পুনৰ অহা ২৪ ঘণ্টাৰ ভিতৰত অসমৰ লগতে মেঘালয়ৰ কিছু কিছু ঠাইত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে অৰুণাচল, নাগালেণ্ড, মণিপুৰৰো কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে । ইটিভি ভাৰতৰ সাংবাদিকতাৰ আগত এই তথ্য সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

Intro:অহা ২৪ ঘণ্টাৰ ভিতৰত অসম তথা মহানগৰীত বৰষুণ আহি থাকিব নে !
Body:Ocvo..ৰাজ্যৰ কিছু কিছু ঠাইৰ লগতে মহানগৰীত বিগত দুদিনৰ পৰা বৰষুণ বৰষুণ আহি আছে । এই বৰষুণে পুনৰ নমাই আনিলে শীত । কিন্তু পুনৰ অহা ২৪ ঘণ্টাৰ ভিতৰত অসমৰ লগতে মেঘালয়ৰ কিছু কিছু ঠাইত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে অৰুণাচল, নাগালেণ্ড, মণিপুৰৰো কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে । লগতে অহা ২৫ ছেপ্টেম্বৰত অসম আৰু মেঘালয়ৰ কিছু সংখ্যক ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে গুৱাহাটী মহানগৰীৰ কিছু ঠাইত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে । এই তথ্য সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । Conclusion: এই বৰষুণে যেন পুনৰ ধৰাৰ বুকুলৈ আনিলে শীত ।

Bite..বতৰ বিজ্ঞানী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.