ETV Bharat / state

শ্ৰেষ্ঠ পূজাৰ খিতাপ মালিগাঁও কামাখ্যা কলনিলৈ - Best Puja Overall" award

সম্পূৰ্ণ প্লাষ্টিক মুক্ত পূজা আয়োজন কৰি শ্ৰেষ্ঠ পূজাৰ খিতাপ লাভ কৰে কামাখ্যা কলনি পূজা কমিটিয়ে ৷ আনহাতে শ্ৰেষ্ঠ প্ৰতিমাৰ বঁটা লাভ কৰে মালিগাঁও ৰেষ্টকেম্প কালীবাৰী পূজা কমিটিয়ে

শ্ৰেষ্ঠ পূজাৰ খিতাপ মালিগাঁও কামাখ্যা কলনিলৈ
author img

By

Published : Oct 7, 2019, 4:38 AM IST

গুৱাহাটী, 6 অক্টোবৰ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ । জাকজমকতাৰে পূজা আয়োজন কৰি ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা প্ৰতিখন পূজা কমিটিৰ । দ্য টাইমছ অফ ইণ্ডিয়া আৰু টপচেম চিমেণ্টে যৌথভাৱে প্ৰতিবছৰে মহানগৰীৰ শ্ৰেষ্ঠ পূজা সমূহক কেইবাটাও শিতানত বঁটা প্ৰদান কৰে । দেওবাৰে মহা অষ্টমীৰ দিনা ঘোষণা কৰা হয় শ্ৰেষ্ঠ পূজা, শ্ৰেষ্ঠ প্ৰতিমাকে ধৰি কেইবাটাও শিতানত বঁটা । এইবাৰৰ শ্ৰেষ্ঠ পূজাৰ খিতাপ লাভ কৰে কামাখ্যা কলনীৰ পূজা কমিটিয়ে । সম্পূৰ্ণ প্লাষ্টিক মুক্ত পূজা আয়োজন কৰি লাভ কৰিলে এই বঁটা কামাখ্যা কলনি পূজা কমিটিয়ে । প্ৰথম পুৰস্কাৰ হিচাপে পূজা কমিটিলৈ আগবঢ়োৱা হয় ৫১ হাজাৰ টকা আৰু লগতে এখনি মানপত্ৰ । ইফালে শ্ৰেষ্ঠ প্ৰতিমাৰ বঁটা লাভ কৰে মালিগাঁও ৰেষ্টকেম্প কালীবাৰী পূজা কমিটিয়ে । ইয়াৰ উপৰি মহানগৰীৰ আৰু কেইবাখনো পূজা মণ্ডপক প্ৰদান কৰা হয় বিভিন্ন বঁটা ।

Intro:ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ উছাহ। জাকজমকতাৰে পূজা আয়োজন কৰি ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা প্ৰতিখন পূজা কমিটিৰ। দ্য টাইমছ অফ ইণ্ডিয়া আৰু টপচেম চিমেণ্টে প্ৰতিবছৰে মহানগৰীৰ শ্ৰেষ্ঠ পূজা সমূহক কেইবাটাও শিতানত বঁটা প্ৰদান কৰে। দেওবাৰে মহা অষ্টমীৰ দিনা ঘোষণা কৰা হয় শ্ৰেষ্ঠ পূজা, শ্ৰেষ্ঠ প্ৰতিমাকে ধৰি কেইবাটাও শিতানত বঁটা। এইবাৰৰ শ্ৰেষ্ঠ পূজাৰ খিতাপ লাভ কৰে কামাখ্যা কলনীৰ পূজা কমিটিয়ে। সম্পূৰ্ণ প্লাষ্টিক মুক্ত পূজা আয়োজন কৰিছে কামাখ্যা কলনি পূজা কমিটিয়ে। প্ৰথম পুৰস্কাৰ হিচাপে পূজা কমিটিলৈ আগবঢ়োৱা হয় ৫১ হাজাৰ টকা আৰু এখনি মানপত্ৰ। ইফালে শ্ৰেষ্ঠ প্ৰতিমাৰ বঁটা লাভ কৰে মালিগাঁও ৰেষ্টকেম্প কালীবাৰী পূজা কমিটিয়য়ে। এনেদৰেই মহানগৰীৰ কেইবাখনো পূজাক প্ৰদান কৰা হয় বঁটা। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.