ETV Bharat / state

ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ লেফটেনেন্ট জেনেৰেল পদলৈ পদোন্নতি - ৰানা প্ৰতাপ কলিতা

অসম সন্তান ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলাৰ ৰঙিয়াত

ৰানা প্ৰতাপ কলিতা
author img

By

Published : Mar 16, 2019, 10:53 AM IST

নিউজ ডেস্ক , ১৬ মাৰ্চ :অসম সন্তান ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ মেজৰ জেনেৰেলৰ পৰা লেফটেনেন্ট জেনেৰেল পদলৈ পদোন্নতি লাভ কৰিছে ।

নৱনিযুক্ত লেফটেনেন্ট জেনেৰেল জনক ১৯৮৪ চনত ৯ কুমাও ৰেজিমেণ্টত নিযুক্তি দিয়া হৈছিল । তেওঁ শ্ৰীনগৰত ১৫ কৰ্পচৰ ব্ৰিগেডিয়াৰ পদবীত ১৯ ইনফেন্ত্ৰি ডিভিজনৰ নেতৃত্ব দিছিল । ইয়াৰ উপৰিও ১৩ আৰ আৰ বেটেলিয়ন আৰু লক্ষ্নৌত ৭১ ইনফেন্ত্ৰি ব্ৰিগেডৰ নেতৃত্ব দিছিল । তেওঁ সেনাৰ মুখ্য কাৰ্য্যালয়ত বিভিন্ন বিভাগীয় আৰু পৰামৰ্শদাতা পদবীতো কাৰ্যনিৰ্বাহ কৰিছিল । সামৰিক বাহিনীলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কলিতাই ইতিপূৰ্বে সেৱা মেডেল , অতি বিশিষ্ট সেৱা মেডেল আৰু সেৱা অতি বিশিষ্ট মেডেলেৰেও সন্মানিত হয় । উল্লেখ্য যে, সন্মানিত সেনা বিষয়াজনৰ ঘৰ কামৰূপ জিলাৰ ৰঙিয়াত । গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ কলিতা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰি একাডেমীৰো প্ৰাক্তন ছাত্ৰ ।

Intro:Body:

In 1984, he had been commissioned in the Army in the 9th Kumaon Regiment. Throughout his career, he has had numerous coveted posts including the BGS (Ops) at 15th Corps, Srinagar, where he commanded the 19th infantry division. He has also commanded the 13th Rashtriya Rifles and the 71st Infantry Brigade in Lucknow. Major General Kalita has also been an instructor in the Officer Training Academy. 

The Major General has received the Sena Medal, Vishisht Seva Medal and Ati Vishisht Seva Medal for his meritorious services. He has also been conferred with ‘Ati Vishisht Sewa Medal’ for his remarkable contributions to the nation during his tenure as the general officer commanding of Baramula Division in Kashmir Valley.

Major General Kalita is from Rangiya, Kamrup district in Assam. He is an alumnus of the Sainik School Goalpara of Assam and the National Defence Academy.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.