ETV Bharat / state

মহানগৰীত অনুষ্টুপীয়াকৈ লক্ষ্মী পূজা পালন

ৰাজ্যবাসীয়ে অনুষ্টুপীয়াকৈ পালন লক্ষ্মী পূজা ৷ মহানগৰাবাসীয়েও পালন কৰিছে লক্ষ্মী পূজা ৷

author img

By

Published : Oct 30, 2020, 10:11 PM IST

Updated : Oct 30, 2020, 10:46 PM IST

Laksmi Puja Celebrete in Guwahati
মহানগৰীত অনুষ্টুপীয়াকৈ লক্ষ্মী পূজা পালন

গুৱাহাটী, 30 অক্টোবৰ : কৰ'ণা ত্ৰাসৰ মাজতে অনুষ্টুপীয়াকৈ শুকুৰবাৰে ৰাজ্যবাসীয়ে ক'ভিড প্ৰট'কল মানি প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়ম পালন কৰি ৰাজ্যবাসীয়ে পালন কৰিলে লক্ষ্মী পূজা । ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তি অৰ্ঘ নিবেদন কৰিছে ভক্তপ্ৰাণ ৰাইজে ।

ৰাজ্যৰ অন্য জিলাৰ লগতে মহানগৰীতো পালন কৰা হৈছে লক্ষ্মী পূজা ৷ মহানগৰবাসীয়ে ধানৰ থোক, কলগছ, কুঁহিয়াৰ, ৰবাব টেঙা আৰু বিভিন্ন ফল-মূলৰে অন্ন দাত্ৰী লক্ষ্মী দেৱীক পূজা-অৰ্চনা কৰিছে । কৰ'ণা ত্ৰাসৰ মাজতে দেৱীক পূজা-অৰ্চনা আগবঢ়াবৰ ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, শুকুৰবাৰৰ সন্ধিয়া 5.12 বজাৰ পৰা শনিবাৰৰ সন্ধিয়া 7.20 বজালৈ অব্যাহত থাকিব পূৰ্ণিমা ।

লগতে পঢ়ক : অসম বিজেপিত সংখ্যালঘু সম্প্ৰদায়ৰ দুই নেতাৰ তীব্ৰ সংঘাত

Last Updated : Oct 30, 2020, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.