ETV Bharat / state

ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - প্ৰতিবাদ

মহানগৰীৰ চচলত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদমুখৰ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি । প্ৰতিবাদকাৰী সকলৰ স্পষ্ট কথা অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা কৰা নহ'ব বুলি কেন্দ্ৰীয় চৰকাৰে অসমৰ লগত বিশ্বাসঘাটকতা কৰিছে ।

ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ
author img

By

Published : Jul 3, 2019, 3:39 PM IST

গুৱাহাটী,3জুলাইঃ

  • বুধবাৰে চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিটি
  • অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে দিয়া মন্তব্য আৰু ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা নিদিয়াক লৈ এই প্ৰতিবাদ সংগঠনটোৰ
  • মহানগৰীত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদমুখৰ হ'ল সংগঠনটো
  • "প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা লৈ অসমৰ ৰাইজক ব্লেকমেইলিং কৰিছে"-কৃষক মুক্তি সংগ্ৰাম সমিটি
  • "কেন্দ্ৰীয় চৰকাৰে অসমৰ লগত বিশ্বাসঘাটকতা কৰিছে"

Intro:বুধবাৰে সমগ্র ৰাজ্যজুৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিটি

Body:অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে দিয়া মন্তব্য আৰু ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা নিদিয়াক লৈ এই প্ৰতিবাদ সংগঠনটোৰ ।মহানগৰীৰ চচলত প্ৰধানমন্ত্ৰী ৰ পুত্তলিকা দাহ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদমুখৰ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি ।প্ৰতিবাদকাৰী সকলৰ স্পষ্ট কথা অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা কৰা নহব বুলি কেন্দ্ৰীয় চৰকাৰে অসমৰ লগত বিশ্বাসঘাটকতা কৰিছে । প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা লৈ অসমৰ ৰাইজক ব্লেকমেইলিং কৰিছে বুলি মন্তব্য কৰে সংগঠনটোৰ নেতা ধৈৰ্য কোৱৰে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.