ETV Bharat / state

অসমৰ বান সমস্যা, ৰাষ্ট্ৰীয় সমস্যা ! ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিটিৰ প্ৰতিবাদ

author img

By

Published : Jul 3, 2019, 8:14 PM IST

বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰিল কৃষক মুক্তি সংগ্ৰাম সমিটি ৷ কেন্দ্ৰীয় চৰকাৰক অতিশীঘ্ৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী তোলে সংগঠনটোৱে ৷

ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিটিৰ প্ৰতিবাদ

ডেস্ক,3জুলাইঃ অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে দিয়া মন্তব্যক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ সমান্তৰালকৈ বুধবাৰে ৰাজ্যজুৰি ৷ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিটি অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে দিয়া মন্তব্য আৰু ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা নিদিয়াক লৈ এই প্ৰতিবাদ মুখৰ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিটি ৷ এক প্ৰতিবেদনঃ

Intro:গোলাঘাট দ্ৰৈগোংত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ । অসমৰ বান পানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত এই প্ৰতিবাদ ।

Body:ৰাজ্যৰ দল সংগঠন, বন্যাৰ্তক নিৰাশ কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীয়ে অসমৰ বান পানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি কৰা ঘোষণাৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ দল সংগঠন । আজি এই ঘোষণাৰ প্ৰতিবাদত গোলাঘাট 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগ্ৰোঙ ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অতিশীৰ্ঘে অসমৰ জলন্ত সমস্যা বান পানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদ কাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে, কেন্দ্ৰীয় চৰকাৰ হায়, হায়, আদি চৰকাৰ বিৰোধী শ্ল'গানে ৰে কঁপাই তোলে ৰাজপথ ।।প্ৰতিবাদৰ ফলত শতাধিক যানবাহন আবদ্ধ ৰাষ্ট্ৰীয় ঘাইপথটোত ।এই দাবী যদি চৰকাৰে মানি নলয় তেন্তে অনাগত সময়ত ভয়াবহ আন্দোলনৰ কায্যসূচী হাতত লব বুলিও হুংকাৰ প্ৰদান কৰে ।।Conclusion:Byte 1 : পিন্টু গগৈ , সম্পাদক , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গোলাঘাট

গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.