ETV Bharat / state

মৰহিবলৈ লোৱা জেৰিণক পুনৰ ঠন ধৰি উঠাত সমভাগী হওক আপুনি... - etv bharat

আপোনাৰ এধানি সহায়ে পুনৰ হাঁহি বিৰিঙাব পৰিয়ালটোৰ মুখত

লাহে লাহে দৃষ্টি শক্তিও কমি আহিছে কনমানিজনীৰ
author img

By

Published : Jul 19, 2019, 2:58 PM IST

গুৱাহাটী, 19 জুলাইঃ এগৰাকী সাধাৰণ গাড়ী চালক ৷ ইতিমধ্যে শেষ সকলো সাঁচতীয়া ধন ৷ তৎস্বত্বেও কোনো আশৰ ৰেঙনি দেখা নাই পৰিয়ালটোৱে ৷ ক্ৰমান্বয়ে সংকটজনক হৈ গৈছে কন্যাৰ স্বাস্থ্য ৷ কিডনীৰ জটিল ৰোগত ভুগি আছে দম্পতিটোৰ 5 বছৰীয়া কন্যা সন্তান জেৰিন চবনাম ৷ কণমাণিজনীৰ জীৱনটো ঘূৰাই দিয়াত কিছু সহায় আগবঢ়াওক আপোনালোকে ৷ আপোনাৰ কিছু সাহাৰ্যই হয়তো জীৱন ঘূৰাই দিব পৰিয়ালটোক.... সহায়ৰ বাবে যোগাযোগ কৰক স্ক্ৰীনত দিয়া নম্বৰত....

Intro:জীৱনৰ আৰম্ভণি বেলাতে মৃত্যুৰে যুঁজিছে এগৰাকী কণমানিয়ে। ৫ বছৰীয়া কণমানিগৰাকীৰ জেৰিন চবনাম। বিগত কেইবা দিন ধৰি চিকিৎসালয়ৰ বিচনাতে আছে কণমানি জেৰিন। পখিলা খেদাৰ বয়সতে তাই যোৱা তিনিদিন ধৰি চেন্নাইৰ Apollo Speciality Hospitalৰ বিচনাত জীৱন মৃত্যুৰে যুজ দি আছে। এক জটিল ৰোগত আক্ৰান্ত কণমানি জেৰিন চবনাম। দিন বাগৰি যোৱাৰ লগে লগে এই ৰোগে অতি জটিল ৰূপ ধাৰণ কৰিছে। লাহে লাহে দৃষ্টি শক্তি হ্ৰাস পাই আছে কণমানিটিৰ। কণমানিটিৰ চিকিৎসাৰ বাবদ ইতিমধ্যেই ঘৰৰ সকলো সাঁচতীয়া ধন ব্যয় কৰিছে পৰিয়ালে। পিতৃ এজন সাধাৰণ গাড়ী চালক হোৱা হেতুকে কনমানিটিৰ চিকিৎসা কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এতিয়া কণমানি জেৰিনক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ। আপোনাৰ অকণমান সঁহাৰিয়ে হয়টো কলিতে মৰহি যোৱা ফুলপাহ পুণৰ ঠন ধৰি উঠাব পাৰে। কণমানিগৰাকীক আৰ্থিক সাহায্য প্ৰদান কৰিব বিচৰিলে মাতৃ অঞ্জুমা বেগমৰ State Bank of Indiaৰ হাজো শাখাৰ Cif no- 87263059946, IFSC Code: SBIN0015304, A/C No:33696622935ত দিব পাৰে। অথবা +919435757352 নম্বৰত যোগাযোগ কৰিব পাৰে পৰিয়ালটোক। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.