ETV Bharat / state

সন্মুখত নিৰ্বাচনঃ শিবিৰ বিভক্ত আঞ্চলিকতাবাদে সহায় কৰিব কাক ? - বিধানসভা নিৰ্বাচন

গুৰুত্বপূৰ্ণ কথাটো হ'ল লক্ষ্য একেটাই হ'লেও কিন্তু বহুধাবিভক্ত এই সকলো ৰাজনৈতিক শক্তি । কোনো কাৰণতে এই শক্তিসমূহ ঐক্যবদ্ধ হোৱাৰ সম্ভাৱনা নাই ।

kanaksen deka and brajen deka comment on new poilitical party
সন্মুখত নিৰ্বাচনঃ শিবিৰ বিভক্ত আঞ্চলিকতাবাদে সহায় কৰিব কাক ?
author img

By

Published : Aug 22, 2020, 6:20 PM IST

গুৱাহাটী, ২২ আগষ্টঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময় যিমানেই ওচৰ চাপি আহিছে, সিমানেই ৰাজ্যৰ বহুধাবিভক্ত আঞ্চলিক শক্তিসমূহে পৰিবেশ-পৰিস্থিতি ধূৱলি কুৱলি কৰি তুলিছে ।

এফালে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এটা নতুন আঞ্চলিক দল গঠনৰ উকমুকনি, আনফালে সাংসদ অজিত ভূঞাৰ নেতৃত্বত আঞ্চলিক গণমৰ্চা, ইফালে অখিল গগৈৰ নেতৃত্বত এটা নতুন দল, একেসময়তে অধিবক্তা অৰূপ বৰবৰাৰ উদ্যোগত আন এটা দল গঠনৰ কুচকাৱাজ । এই সকলোৰে লক্ষ্য একেটাই- বিজেপি বিৰোধী স্থিতি ।

সন্মুখত নিৰ্বাচনঃ শিবিৰ বিভক্ত আঞ্চলিকতাবাদে সহায় কৰিব কাক ?

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল লক্ষ্য একেটাই হ'লেও কিন্তু বহুধাবিভক্ত এই সকলো ৰাজনৈতিক শক্তি । কোনো কাৰণতে এই শক্তিসমূহ ঐক্যবদ্ধ হোৱাৰ সম্ভাৱনা নাই ।

তেনেক্ষেত্ৰত অহা নিৰ্বাচনত কি হব পাৰে ইয়াৰ পৰিণাম । খুব সন্তৰ্পনে ৰাজ্যৰ ৰাজনৈতিক গতিধাৰা নিৰিক্ষণ কৰা দুগৰাকী বিশিষ্ট সাংবাদিক, নিৱন্ধকাৰ তথা ৰাজনৈতিক বিশ্লেষকক ই টিভিয়ে প্ৰশ্ন কৰিছিল তেওঁলোকৰ পৰ্যালোচনা কি ?

কি কয় তেওঁলোকৰ পৰ্যালোচনাই । এই প্ৰশ্ন কৰা হৈছিল প্ৰবীণ সাংবাদিক কনকসেন ডেকা আৰু বিশিষ্ট ৰাজনৈতিক বিশ্লেষক, নিবন্ধকাৰ ব্ৰজেন ডেকাক ।

লগতে পঢ়ক : নিৰ্বাচন মানে কি নজনা এখন গাঁও !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.