ETV Bharat / state

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ প্ৰশিক্ষণ শিৱিৰ

ভোট গণনাত নিয়োজিত হ'বলগীয়া মাইক্ৰ'অৱজাৰ্ভাৰসকলক ভোট গণনা সন্দৰ্ভত থকা নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা সমূহ বিতংভাৱে জনাবৰ বাবে আয়োজন কৰা হয় এই বিশেষ প্ৰশিক্ষণ শিৱিৰৰ ।

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ প্ৰশিক্ষণ শিৱিৰ
author img

By

Published : May 14, 2019, 11:51 PM IST

গুৱাহাটী,১৪ মে' : মঙলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখনি বিশেষ প্ৰশিক্ষণ শিৱিৰ । ভোট গণনাত নিয়োজিত হ'বলগীয়া মাইক্ৰ'অৱজাৰ্ভাৰসকলক ভোট গণনা সন্দৰ্ভত থকা নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা সমূহ বিতংভাৱে জনাবৰ বাবে আয়োজন কৰা হয় এই শিৱিৰৰ ।উক্ত প্ৰশিক্ষণ শিৱিৰটো পৰিচালনা কৰে অতিৰিক্ত উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ।মাইক্ৰ'অৱজাৰ্ভাৰসকলক নিজৰ দায়িত্বসমূহ বিস্তাৰিতভাৱে বুজাই দিয়ে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ।

etv_bharat_assam
কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ প্ৰশিক্ষণ শিৱিৰ

ইফালে অহা ১৫ আৰু ১৭ মে'ত ভোট গণনাত নিয়োজিত হ'বলগীয়া কাউনটিং চুপাৰভাইৰ্জাৰ আৰু কাউনটিং এছিছটেণ্টসকলৰ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত । মুঠ ১৬০ গৰাকীকৈ চুপাৰভাইৰ্জাৰ আৰু এছিছটেণ্টক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এই অনুষ্ঠানত ।

মংগলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখনি বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। ভোট গণনাত নিয়োজিত হ'বলগীয়া মাইক্ৰ' অৱজাৰ্ভাৰসকলক ভোট গণনা সন্দৰ্ভত থকা নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা সমূহ বিতংভাৱে জনাই। এই  প্ৰশিক্ষণ শিবিৰ পৰিচালনা কৰে অতিৰিক্ত উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। মাইক্ৰ'অৱজাৰ্ভাৰসকলক নিজৰ দায়িত্বসমূহো বিস্তাৰিতভাৱে বুজাই দিয়ে অতিৰিক্ত উপায়ুক্তগৰকীয়ে। ইফালে অহা ১৫ আৰু ১৭ মে'ত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভোট গণনাত নিয়োজিত হ'বলগীয়া কাউনটিং চুপাৰভাইৰ্জাৰ আৰু কাউনটিং এছিছটেণ্টসকলৰ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। মুঠ ১৬০ গৰাকীকৈ চুপাৰভাইৰ্জাৰ আৰু এছিছটেণ্টক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এই অনুষ্ঠানত।

(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.