ETV Bharat / state

পুঠিমাৰীৰ বানত বিধস্ত কমলপুৰ

author img

By

Published : Jul 17, 2019, 3:05 PM IST

কমলপুৰত পুঠিমাৰী নদীৰ বানত বিপৰ্যস্ত জন-জীৱন ৷ আশ্ৰয় শিবিৰত পৰ্যাপ্ত সাহাৰ্য্য সামগ্ৰীৰ মজুত নথকাৰ অভিযোগ ৷

পুঠিমাৰীৰ বানত বিধস্ত কমলপুৰ

কমলপুৰ, 17 জুলাইঃ ৰাজ্যৰ অব্যাহত শেহতীয়া বান পৰিস্থিতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সময়তেই পুঠিমাৰী নদীৰ বানত বিপৰ্যস্ত কমলপুৰ জন-জীৱন ৷ কমলপুৰৰ ওচৰৰ আঠগাঁৱত পুঠিমাৰী নদীৰ মথাউৰি চিগাৰ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয় অঞ্চলটোৰ বাসিন্দা সকলৰ । আশ্ৰয় শিবিৰ সমূহত খাদ্যবস্তুৰ লগতে খোৱাপানী আৰু ঔষধৰ ব্যাপক নাটনি হোৱাৰ কথা জানিবলৈ দিয়ে বন্যাৰ্তই ৷

Intro:Baihata Flood Relief Camp

V/O:--- কুলাই পাচিয়ে দুখ নধৰা হৈছে বন্যাৰ্তৰ । কমলপুৰৰ ওচৰৰ আঠগাৱত পুঠিমাাৰী নদীৰ মঠাউৰি চিগাৰ ফলত এক হাহাকাৰময় পৰিস্থিতি ভিতৰৰ অঞ্চলৰ বাসিন্দা সকলৰ । চাৰিওফালে পানী , তাৰমাজতে এক আশ্ৰয় শিবিৰ । শিবিৰত থকা সকলে পোৱা নাই পৰ্য্যাপ্ত চৰকাৰি সাহাৰ্য্য ।খাদ্যৰ নামত পাইছে দিনত মাত্ৰ এসাজ । পানীৰ মাজত থাকিও অভাব ঘটিছে খোৱাপানীৰ । চিকিৎসাৰ নামত চৰকাৰে ঢাকঢোল বজালেও কিন্তু চাৰিদিনৰ পিচতহে সামান্য দুই এপদ ঔষধ পোৱা বুলি আনিছে অভিযোগ ।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.